তেজপুৰ,30মাৰ্চ: শনিবাৰে তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বৰছলাত কংগ্ৰেছ মনোনীত প্ৰাৰ্থী এম জি ভি কে ভানুয়ে নিৰ্বাচনী প্ৰচাৰ চলায় ৷ নামঘৰ, বজাৰ আবাসস্থলী, শ্বহীদৰ ভূমি আদিকে ধৰি বিভিন্ন ঠাইত চলোৱা এই প্ৰচাৰ কাৰ্যসূচীত ভানুক সংগ দিয়ে বৰছলা সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী টংক বাহাদুৰ ৰায়, মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক হিৰণ্য ভূঞাই । ইপিনে এই প্ৰচাৰ কাৰ্যসূচীৰ মাজতে এখন সভাতে কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যইমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । ইয়াৰোপৰি বিজেপি দলৰ প্ৰাৰ্থী পল্লৱ লোচন দাসক ফিউজ লাইট বুলি অভিহিত কৰে ভট্টাচাৰ্যই । লগতে তেওঁ বিজেপিৰ ওপৰত অভিযোগ তুলি কয় যে যদিহে পুনৰবাৰ কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হয় তেন্তে পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব ৷ গতিকে সভাত উপস্থিত থকা সকলোকে অসমৰ ভাষা সংস্কৃতিৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ বিবেকবান ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই।
তেজপুৰত তুংগত ভানুৰ নিৰ্বাচনী প্ৰচাৰ - তেজপুৰ লোকসভা সমষ্টি
বৰছলাত ভানুৰ হৈ নিৰ্বাচনী প্ৰচাৰত ভাগ লৈ বিজেপিক কটাক্ষ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যৰ ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মন্তব্য কৰি সভাত উপস্থিত ৰাইজক বিবেক ভোটদান কৰিবলৈ আহ্বান কংগ্ৰেছী নেতাসকলৰ ৷
তেজপুৰ,30মাৰ্চ: শনিবাৰে তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বৰছলাত কংগ্ৰেছ মনোনীত প্ৰাৰ্থী এম জি ভি কে ভানুয়ে নিৰ্বাচনী প্ৰচাৰ চলায় ৷ নামঘৰ, বজাৰ আবাসস্থলী, শ্বহীদৰ ভূমি আদিকে ধৰি বিভিন্ন ঠাইত চলোৱা এই প্ৰচাৰ কাৰ্যসূচীত ভানুক সংগ দিয়ে বৰছলা সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী টংক বাহাদুৰ ৰায়, মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক হিৰণ্য ভূঞাই । ইপিনে এই প্ৰচাৰ কাৰ্যসূচীৰ মাজতে এখন সভাতে কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যইমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । ইয়াৰোপৰি বিজেপি দলৰ প্ৰাৰ্থী পল্লৱ লোচন দাসক ফিউজ লাইট বুলি অভিহিত কৰে ভট্টাচাৰ্যই । লগতে তেওঁ বিজেপিৰ ওপৰত অভিযোগ তুলি কয় যে যদিহে পুনৰবাৰ কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হয় তেন্তে পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব ৷ গতিকে সভাত উপস্থিত থকা সকলোকে অসমৰ ভাষা সংস্কৃতিৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ বিবেকবান ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই।
অমল নাথ, ঢেকিয়াজুলি ।Body:তেজপুৰত লোকসভা সমষ্টি বৰচলাৰ ঠাইত আজি কংগ্ৰেছ প্ৰাৰ্থী গৰাকী নিৰ্বাচনী প্ৰচাৰ। নামঘৰ, বজাৰ আবাসস্থলী, শ্বহীদৰ ভূমি আদিকে ধৰি বিভিন্ন ঠাইত প্ৰচাৰ চলাই। আনহাতে প্ৰাৰ্থী গৰাকীক সংগ দিয়ে বৰছলা সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী টংক বাহাদুৰ ৰাই, মূখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক হিৰণ্য ভূঞাই। মূখপাত্ৰ গৰাকীয়ে হিমন্ত বিশ্ব শৰ্মা কটাক্ষ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ইয়াৰ উপৰিও বিজেপি প্ৰাৰ্থী ইংৰাজী ভালদৰে কবনোৱাৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। বিজেপি দলৰ প্ৰাৰ্থী গৰাকী ফিউজ লাইট বুলিহে অভিহিত কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়ক খন গৃহীত কৰিবলৈ নোৱাৰা কাৰণটো হল কংগ্ৰছ। যদিহে বিজেপি চৰকাৰ গঠন কৰে পুনৰ নাগৰিকত্ব সংশোধনী আইন ২০১৬ বিধেয়ক খন গৃহীত কৰিব গতিকে অসমৰ ভাষা সংস্কৃতি প্ৰতি লক্ষ্য ৰাখি ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়। আনহাতে বিজেপিয়ে জাতপাতৰ ৰাজনীতি কৰে। কংগ্ৰছে সকলো লোকৰ কথা চিন্তা কৰে। আনহাতে পল্লৱ লোচন দাসে কংগ্ৰছ প্ৰাৰ্থী গৰকীৰ ব্যক্তিগত কথা ত বক্তব্য দিয়াটো গ্ৰহণ যোগ্য নহয়। ইয়াৰ কাৰণ হল নিৰ্বাচনত ভানুৰ বিৰুদ্ধে একো নাই বাবে এইদৰে মন্তব্য কৰে মুখপাত্ৰ গৰাকীয়ে ।কংগ্ৰছে প্ৰাৰ্থী গৰাকীক কটাক্ষ কৰি পল্লৱ লোচন দাসে কৰা মন্তব্যত দুখ প্ৰকাশ কৰে পুনৰ বা এম জি ভি কে ভানুৱে ।
অমল নাথ, ঢেকিয়াজুলি ।Conclusion:তেজপুৰত লোকসভা সমষ্টি বৰচলাৰ ঠাইত আজি কংগ্ৰেছ প্ৰাৰ্থী গৰাকী নিৰ্বাচনী প্ৰচাৰ। নামঘৰ, বজাৰ আবাসস্থলী, শ্বহীদৰ ভূমি আদিকে ধৰি বিভিন্ন ঠাইত প্ৰচাৰ চলাই। আনহাতে প্ৰাৰ্থী গৰাকীক সংগ দিয়ে বৰছলা সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী টংক বাহাদুৰ ৰাই, মূখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক হিৰণ্য ভূঞাই। মূখপাত্ৰ গৰাকীয়ে হিমন্ত বিশ্ব শৰ্মা কটাক্ষ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ইয়াৰ উপৰিও বিজেপি প্ৰাৰ্থী ইংৰাজী ভালদৰে কবনোৱাৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। বিজেপি দলৰ প্ৰাৰ্থী গৰাকী ফিউজ লাইট বুলিহে অভিহিত কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়ক খন গৃহীত কৰিবলৈ নোৱাৰা কাৰণটো হল কংগ্ৰছ। যদিহে বিজেপি চৰকাৰ গঠন কৰে পুনৰ নাগৰিকত্ব সংশোধনী আইন ২০১৬ বিধেয়ক খন গৃহীত কৰিব গতিকে অসমৰ ভাষা সংস্কৃতি প্ৰতি লক্ষ্য ৰাখি ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়। আনহাতে বিজেপিয়ে জাতপাতৰ ৰাজনীতি কৰে। কংগ্ৰছে সকলো লোকৰ কথা চিন্তা কৰে। আনহাতে পল্লৱ লোচন দাসে কংগ্ৰছ প্ৰাৰ্থী গৰকীৰ ব্যক্তিগত কথা ত বক্তব্য দিয়াটো গ্ৰহণ যোগ্য নহয়। ইয়াৰ কাৰণ হল নিৰ্বাচনত ভানুৰ বিৰুদ্ধে একো নাই বাবে এইদৰে মন্তব্য কৰে মুখপাত্ৰ গৰাকীয়ে ।কংগ্ৰছে প্ৰাৰ্থী গৰাকীক কটাক্ষ কৰি পল্লৱ লোচন দাসে কৰা মন্তব্যত দুখ প্ৰকাশ কৰে পুনৰ বা এম জি ভি কে ভানুৱে ।
অমল নাথ, ঢেকিয়াজুলি ।