ETV Bharat / city

শদিয়াত 'অসম জাতীয় পৰিষদ'ৰ সভাত উপস্থিত লুৰিণজ্যোতি গগৈ

126 নং শদিয়া বিধানসভা সমষ্টিৰ কাকপথাৰৰ মাইথং আৰু মালভোগত শুকুৰবাৰে 'অসম জাতীয় পৰিষদ'ৰ দুখনকৈ বিশাল সভা অনুষ্ঠিত হয় ৷ মালভোগ চাপৰি মথাউৰিৰ কাষত অনুষ্ঠিত হোৱা সভাত অঞ্চলটোৰ সহস্ৰাধিক ৰাইজ উপস্থিত হোৱাৰ লগতে মাইথঙত অনুষ্ঠিত হোৱা সভাত কেইবা সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷

author img

By

Published : Feb 12, 2021, 11:01 PM IST

lurin-at-sadia-by-mintu-talukder
শদিয়াত 'অসম জাতীয় পৰিষদ'ৰ সভাত উপস্থিত লুৰিণজ্যোতি গগৈ

শদিয়া, 12 ফেব্ৰুৱাৰী : 126 নং শদিয়া বিধানসভা সমষ্টিৰ কাকপথাৰৰ মাইথং আৰু মালভোগত শুকুৰবাৰে 'অসম জাতীয় পৰিষদ'ৰ দুখনকৈ বিশাল সভা অনুষ্ঠিত হয় ৷ মালভোগ চাপৰি মথাউৰিৰ কাষত অনুষ্ঠিত হোৱা সভাত অঞ্চলটোৰ সহস্ৰাধিক ৰাইজ উপস্থিত হোৱাৰ লগতে মাইথঙত অনুষ্ঠিত হোৱা সভাত কেইবা সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷

শদিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক জগদীশ ভূঞা সহ উপস্থিত থকা সভাত বিজেপি চৰকাৰ, বিধায়ক বলিন চেতিয়াক সমালোচনা কৰে ৷ ছিণ্ডিকেট, দুৰ্নীতিৰ লগতে সহ অৱস্থান কৰা বিধায়ক বলিন চেতিয়াক সমাগত নিৰ্বাচনত সমষ্টিটোৰ পৰা বিদায় দিবলৈ আহ্বান জনাই 'অসম জাতীয় পৰিষদ'ৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷ কাকপথাৰ মাইথঙত অনুষ্ঠিত হোৱা সভাতেই বহু যুৱক-যুৱতী, পুৰুষ-মহিলাই আনুষ্ঠানিকভাবে অসম জাতীয় পৰিষদত যোগদান কৰে ৷ সভাত বহু লোকে জাতীয় পৰিষদৰ পুঁজিলৈ সাহাৰ্য প্ৰদান কৰে ৷

লগতে পঢ়ক : 73 বছৰে বিদ্যুতৰ পোহৰ নেদেখা মিছামাৰীৰ এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.