ETV Bharat / city

শিৱসাগৰত উদ্ধোধন কেঁচুসাৰ প্ৰকল্প - শান্তিধাম আশ্ৰমত উদ্ধোধন কৰা হয় এটা কেঁচুসাৰ প্ৰকল্প

শিৱসাগৰত 'Day-Nulam' আৰু 'Swachh Bharat' অভিযানৰ অধীনত শান্তিধাম আশ্ৰমত উদ্ধোধন কৰা হয় এটা কেঁচুসাৰ প্ৰকল্প ৷ প্ৰকল্পটো উদ্ধোধন কৰে জিলাখনৰ উপায়ুক্ত ডাঃ এম.এছ. লক্ষ্মীপ্ৰিয়াই ৷

SIBSAGOR_OPENING-VERMICOMPOST_PROJECT
শিৱসাগৰত উদ্ধোধন কেঁচুসাৰ প্ৰকল্প
author img

By

Published : Jan 11, 2020, 2:22 PM IST

শিৱসাগৰ, 11 জানুৱাৰীঃ শিৱসাগৰত উদ্ধোধন কৰা হয় এটা কেঁচুসাৰ প্ৰকল্প ৷ শিৱসাগৰ পৌৰ সভাৰ অন্তৰ্গত 'Day-Nulam' আৰু' Swachh Bharat' অভিযানৰ অধীনত জিলাখনৰ শান্তিধাম আশ্ৰমত প্ৰকল্পটো উদ্ধোধন কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এম.এছ. লক্ষ্মীপ্ৰিয়াই ৷

শিৱসাগৰত উদ্ধোধন কেঁচুসাৰ প্ৰকল্প

উল্লেখ্য যে, মূলাগাভৰু এ.এল.এফ গোটৰ ১০ গৰাকী মহিলাই সৃষ্টি-স্বচ্ছতা সমিতিৰ নামত কেঁচুসাৰ উৎপাদন প্ৰকল্পটো আৰম্ভ কৰে ৷ গোটটোৰ মহিলাসকলে ১০ নং ৱাৰ্ডৰ কৰদাতাৰ প্ৰতি ঘৰে-ঘৰে গৈ আৱৰ্জনা সংগ্ৰহ কৰে আৰু সেই আৱৰ্জনাসমূহ বিজ্ঞানসন্মত পদ্ধতিৰে পৃথক কৰি জৈৱিক জাৱৰসমূহ কেঁচুসাৰ উৎপাদনৰ কেঁচামাল ৰূপে ব্যৱহাৰ কৰে ৷ মহিলাসকলে কৃষিৰ বাবে উপযোগী উৎপাদিত কেঁচুসাৰসমূহ কৃষকসকলক যোগান ধৰি স্বাৱলম্বী হোৱাৰ পথ বাছি লৈছে ৷ মহিলাসকলৰ এনে প্ৰয়াস এতিয়া বহু মহিলাৰ বাবে আদৰ্শ হৈ পৰিছে বুলি মন্তব্য কৰে উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা উপায়ুক্ত লক্ষ্মীপ্ৰিয়াই ৷

অন্য এক খবৰৰ বাবে : হাফলং-শিলচৰ ঘাইপথ নিৰ্মাণৰ বাবে 54 কোটি 27 লাখ টকা মুকলি

Intro:Body:*শিৱসাগৰত ডে-নূলাম আৰু স্বচ্ছ ভাৰত অভিযানৰ অধীনত মহিলাৰ দ্বাৰা পৰিচালিত কেঁচুসাৰ প্ৰকল্প উদ্বোধন*

Story-VERMICOMPOST
Ananta Smith
Sivasagar
11th January

শিৱসাগৰ পৌৰ সভাৰ অন্তৰ্গত ডে-নূলাম আৰু স্বচ্ছ ভাৰত অভিযানৰ অধীনত আজি শিৱসাগৰ নগৰৰ শান্তিধাম আশ্ৰমত মহিলাৰ দ্বাৰা পৰিচালিত এক কেঁচুসাৰ প্ৰকল্প উদ্বোধন কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এম.এছ.লক্ষ্মীপ্ৰিয়াই।মূলাগাভৰু এএলএফ গোটৰ ১০ গৰাকী মহিলাই সৃষ্টি সচ্ছতা সমিতিৰ নামত কেঁচুসাৰ উৎপাদন প্ৰকল্প আৰম্ভ কৰিছে।মূলাগাভৰু গোটে নগৰৰ ১০ নং ৱাৰ্ডত কৰদাতাৰ ঘৰে ঘৰে গৈ আৱৰ্জনা সংগ্ৰহ কৰি সেই সমূহ জাৱৰ বিজ্ঞান সন্মত পদ্ধতিৰে পৃথক কৰি জৈৱিক জাৱৰ সমূহ কেঁচুসাৰ উৎপাদনৰ কেঁচামাল ৰূপে ব্যৱহাৰ কৰিছে।উৎপাদিত কেঁচুসাৰ কৃষি ভিত্তিক উদ্যোগত যোগান ধৰি স্বাৱলম্বী হোৱাৰ পথ মুকলি হব বুলি মহিলা সকলে আশা কৰিছে।এনে প্ৰয়াস সমূহে নগৰীয়া স্বচ্ছতাৰ লগতে মহিলা শক্তি ব্যৱহাৰ আৰু উপাৰ্জনৰ দিশত মহিলা সকলক সহায় কৰিব বুলি শিৱসাগৰ জিলা উপায়ুক্ত গৰাকীয়ে মন্তব্য কৰে।

Bite-জিলা উপায়ুক্ত,শিৱসাগৰConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.