ETV Bharat / city

লোহা চুৰিকাৰ্য : ডিমৌত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Jun 4, 2019, 2:56 PM IST

ডিমৌ গড়কাপ্তানী গ্ৰাম্য পথ সংমণ্ডলৰ অধীনৰ বৰবামত দিৰৈ নদীৰ ওপৰত নিৰ্মীয়মান পকী দলঙৰ লোহা চুৰি কৰি হাতে - লোটে ধৰা পৰে পিতাম্বৰ মহন বৰুৱা নামৰ এজন লোক ৷ সোমবাৰে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াৰ পাছতে উক্ত ঠাইত আৰক্ষী উপস্থিত হৈ লোহাখিনি উদ্ধাৰ কৰে ৷

লোহা চুৰিকাৰ্য : ডিমৌত উত্তপ্ত পৰিস্থিতি

ডিমৌ, 4 জুন : ডিমৌত দিনক দিনে বৃদ্ধি পাই অহা লোহা চুৰি ঘটনাৰ মাজতে শনিবাৰে মহখুটি বৰবামত পুনৰ সংঘটিত হৈছে এনে এক কাণ্ড ৷ ডিমৌ গড়কাপ্তানী গ্ৰাম্য পথ সংমণ্ডলৰ অধীনৰ বৰবামত দিৰৈ নদীৰ ওপৰত নিৰ্মীয়মান পকী দলঙৰ লোহা চুৰি কৰি হাতে - লোটে ধৰা পৰে ঠিকাদাৰে নিয়োগ কৰা এজন চকীদাৰ । ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত সম্ভৱ হৈ উঠা বৰবাম - মহখুটি সংযোগী এই দলঙখন নিৰ্মাণৰ বাবে মজুত ৰখা লোহাৰ উপৰি চিমেন্টকে ধৰি বহু সা-সামগ্ৰী চুৰি কৰি আহিছিল চকীদাৰ পিতাম্বৰ মহন বৰুৱাই ৷ সোমবাৰে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়া অনুসৰি পিতাম্বৰে প্ৰায় ২০/৩০ কুইন্টল লোহা আত্মীয়ৰ ঘৰত লুকুৱাই ৰাখিছে ৷

লোহা চুৰিকাৰ্য : ডিমৌত উত্তপ্ত পৰিস্থিতি

ইয়াৰ পাছতে আৰক্ষী উক্ত ঠাইত উপস্থিত হৈ লোহাখিনি উদ্ধাৰ কৰে যদিও ৰাইজৰ ভয়ত ঘটনাস্থলীৰ পৰা পলায়ন কৰে পিতাম্বৰে ৷ ৰক্ষকেই ভক্ষক হৈ পৰা পিতাম্বৰ মহন বৰুৱাক শীঘ্ৰে কৰায়ত্ব কৰিবলৈ দাবী জনাইছে বৰবাম - মহখুটিৰ গাওঁবাসীয়ে ।

*দলং নিৰ্মাণৰ বাবে অনা লোহা চুৰি-ডিমৌত উত্তপ্ত পৰিস্থিতি*
Story-LOHA_SURI
Ananta Smith
Sivasagar
4th May

A_SVR_4TH_MAY_801-803_LOHA_SURI_7203499

ডিমৌত দিনক দিনে বৃদ্ধি পাইছে লোহা চুৰিৰ ঘটনা। শনিবাৰে ডিমৌ নগৰত ডিমৌৰ মহখুটি বৰবামত পুণৰ সংঘটিত হয় এক লোহা চুৰিৰ ঘটনা। ৰক্ষকেই ভক্ষকৰ ৰূপ লৈ ডিমৌ গড়কাপ্তানী গ্ৰাম্য পথ সংমণ্ডলৰ অধীনৰ বৰবামত দিৰৈ নদীৰ ওপৰত নিৰ্মীয়মান পকী দলঙৰ লোহা চুৰি কৰি হাতে-লোটে ধৰা পৰিল ঠিকাদাৰে নিয়োগ কৰা চকীদাৰ। ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত সম্ভৱ হৈ উঠা বৰবাম-মহখুটি সংযোগী এই দলঙখন নিৰ্মাণৰ বাবে মজুত ৰখা ৰডৰ উপৰি চিমেন্টকে ধৰি বহু সা-সামগ্ৰী চুৰি কৰি আহিছিল চকীদাৰ পিতাম্বৰ মহন বৰুৱাই। সোমবাৰে পিতাম্বৰে বৰবাম গাঁৱৰে আত্মীয় এঘৰত প্ৰায় ২০/৩০ কুইন্টল লোহাৰ ৰড লুকুৱাই ৰখা সম্পৰ্কে জানিব পাৰি স্থানীয় ৰাইজে ডিমৌ আৰক্ষীক খবৰ দিয়ে। ইপিনে চুৰি লোহাখিনি আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি গাঁৱৰ পৰাই পলায়ণ কৰে লোহাচোৰ পিতাম্বৰ মহন বৰুৱাই। একেখন গাঁৱৰে সন্তান হৈও ৰাইজৰ যাতায়তৰ জলন্ত সমস্যা সমাধানৰ বাবে দুমাহ পূৰ্বে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা দলংখনৰ নিৰ্মাণ সামগ্ৰী চুৰি কৰা ৰক্ষক ৰূপী ভক্ষক লোহাচোৰ চকীদাৰ পিতাম্বৰক শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবী জনাইছে বৰবাম-মহখুটিৰ গাওঁবাসীয়ে।

Bite-স্থানীয় মহিলা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.