ETV Bharat / city

বিজেপিৰ অহংকাৰে পৌৰ নিৰ্বাচনত সহায় কৰিব কংগ্ৰেছ দলক : ভূপেন বৰা

author img

By

Published : Feb 10, 2022, 10:38 AM IST

শিৱসাগৰত অনুষ্ঠিত কংগ্ৰেছ দলৰ মাণ্ডলিক সভাত ৰাজ্যিক সভাপতি ভূপেন বৰা ৷ বৰাই ক’লে, পৌৰ নিৰ্বাচনত বিজেপিৰ অহংকাৰে সহায় কৰিব কংগ্ৰেছ দলক ৷ ৰাজ্য সভাৰ আসন সন্দৰ্ভতো ভূপেন বৰাই কৰিলে বিশেষ মন্তব্য (Bhupen Borah on Rajya sabha seat )।

apcc-president-bhupen-borah-opened-up-on-municipal-elections
বিজেপিৰ অহংকাৰে পৌৰ নিৰ্বাচনত সহায় কৰিব কংগ্ৰেছ দলক : ভূপেন বৰা

শিৱসাগৰ, 10 ফেব্ৰুৱাৰী : বুধবাৰে, শিৱসাগৰত অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ উজনি অসমৰ মাণ্ডলিক সভা (Congress party's Upper Assam's Mandlik meeting held in Sivasagar) । উজনি অসমৰ ১০ খন জিলাৰ নেতা-পদৱীধাৰিৰ উপস্থিতিত অনুষ্ঠিত হোৱা উক্ত সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা উপস্থিত থাকে ।

বৰাই আগন্তুক পৌৰসভা নিৰ্বাচন সন্দৰ্ভত দলীয় স্থিতি মুকলি (Bhupen Borah opened up on municipal elections) কৰি কয় যে বিজেপিৰ অপশাসনৰ সময়ত পৌৰ ভোটাৰ সকলে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক জয়ী কৰিলে সকলোতকৈ বেছি লাভৱান হ'ব । কিয়নো, লেথাৰিকৈ নিৰ্বাচনত জয়ী হোৱা বিজেপি দল অহংকাৰী হৈ পৰিছে (winning series of elections has made BJP arrogant) ।

এনে অৱস্থাত যদি পৌৰ ভোটাৰ সকলে বিজেপি দলৰ প্ৰাৰ্থী জয়ী কৰাই তেন্তে পৌৰ নিকায় সমূহত এক ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ বিপৰীতে যদি কংগ্ৰেছ প্ৰাৰ্থী জয়ী হয় তেন্তে সেই সকল পৌৰ সদস্যই প্ৰতিটো টকা ৰাইজৰ উপকাৰৰ অৰ্থে ব্যৱহাৰৰ চেষ্টা কৰিব ।

সেয়েহে এইবাৰৰ পৌৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী কৰিলে ৰাইজ উপকৃত হ'ব । আনহাতে ৰাজ্যসভাৰ দুখন আসনৰ ক্ষেত্ৰত এখন আসন বিজেপি দলৰ তৰফৰ পূৰ হ'ব । কিন্তু দ্বিতীয় খন আসনৰ বাবে ইতিমধ্যে বিধান সভাৰ বিৰোধী বিধায়ক সমূহ একত্ৰিত হোৱা বুলি সভাপতি গৰাকীয়ে জানিব দিয়ে (Bhupen Borah on Rajya sabha seat )। তেওঁ কয় যে, এই বিষয়ত ইতিমধ্যে বিৰোধী বিধায়ক সমূহৰ মাজত প্ৰথম লানি আলোচনা সম্পন্ন হৈছে আৰু এই আলোচনা যোগাত্মক ।

লগতে পঢ়ক : আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বদলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.