- শিলচৰ চহৰৰ তাৰাপুৰত দেওবাৰে নিশা ভয়াৱহ পথ দুৰ্ঘটনা
- ঘটনাস্থলীতে নিহত তৰুণ সাংবাদিক মলিন শৰ্মা
- ফায়াৰ ব্ৰিগেডৰ সন্মুখত দ্ৰুতগতিত অহা এখন ট্ৰাকে স্কুটীসহ মহতিয়াই নিয়ে সংবাদিকজনক
- নিহত মলিন শৰ্মা বৰাক টিভি নামৰ এটা কেবল চেনেলৰ সাংবাদিক
- চহৰত ট্ৰাকৰ দৌৰাত্ম্য বন্ধ কৰাৰ দাবীত ৰাইজৰ নিশা তিনি বজালৈ পথ অৱৰোধ
- সাংবাদিকজনৰ মৃত্যুত বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ
শিলচৰত পথ দুৰ্ঘটনাত নিহত সাংবাদিক - Silchar Road accident
নিশা এঘাৰ বজাত বাতৰি সংগ্ৰহ কৰি উভতি আহোতে এখন দ্ৰুতবেগী বাহনে মহতিয়াই নিয়ে সংবাদিক মলিন শৰ্মাক । ক্ষুব্ধ ৰাইজৰ পথ অৱৰোধ ।
নিশা এঘাৰ বজাত বাতৰি সংগ্ৰহ কৰি উভতি আহোতে এখন দ্ৰুতবেগী বাহনে মহতিয়াই নিয়ে সংবাদিক মলিন শৰ্মাক
- শিলচৰ চহৰৰ তাৰাপুৰত দেওবাৰে নিশা ভয়াৱহ পথ দুৰ্ঘটনা
- ঘটনাস্থলীতে নিহত তৰুণ সাংবাদিক মলিন শৰ্মা
- ফায়াৰ ব্ৰিগেডৰ সন্মুখত দ্ৰুতগতিত অহা এখন ট্ৰাকে স্কুটীসহ মহতিয়াই নিয়ে সংবাদিকজনক
- নিহত মলিন শৰ্মা বৰাক টিভি নামৰ এটা কেবল চেনেলৰ সাংবাদিক
- চহৰত ট্ৰাকৰ দৌৰাত্ম্য বন্ধ কৰাৰ দাবীত ৰাইজৰ নিশা তিনি বজালৈ পথ অৱৰোধ
- সাংবাদিকজনৰ মৃত্যুত বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ
Intro:NEWS Silchar 29July.. যোৱা কালি ৰাতি প্ৰায় সাৰে এগাৰো বজাত এটা নিউজ কভাৰ কৰি ঘৰলৈ উভতি আহোতে খবৰ হৈ গল শিলচৰ চহৰৰ তৰুণ সাংবাদিক মলিন শৰ্মা । Body:NEWS Silchar 29July.. যোৱা কালি ৰাতি প্ৰায় সাৰে এগাৰো বজাত এটা নিউজ কভাৰ কৰি ঘৰলৈ উভতি আহোতে খবৰ হৈ গল শিলচৰ চহৰৰ তৰুণ সাংবাদিক মলিন শৰ্মা । চহৰৰ/ তাৰাপুৰত ফায়াৰ ব্ৰিগেডৰ সন্মুখত দ্ৰুতগতিত অহা এখন টিপাৰৰ সন্মুখৰ পৰা মলিনৰ স্কুটিখন পিষি দিয়াৰ ফলত ঘটনাস্থলীত মিলনৰ মৃত্যু হয় । মলিন শিলচৰৰ বৰাক টেলিভিছন বুলি এটা কেবল নিউজ ৰ সাংবাদিক আছিল ।তাৰ পিছত উত্তেজিত ৰাইজৰ ক্ষুব্ধ হৈ টিপাৰ আৰু আন ট্ৰাকক অৱৰোধ কৰে। পিছত নএন্ট্ৰী খুলি দিয়াৰ লগে লগে চহৰত বেপৰোৱা ট্ৰাক টিপাৰৰ দৌৰাত্ম্য বন্ধ কৰিবলৈ উপযুক্ত পুলিচ ব্যবস্থা গ্ৰহণৰ দাবী জনাই ক্ষুব্ধ সাংবাদিক আৰু ৰাইজ মিলি ৰাতি তিনিটালৈকে পথ অৱৰোধ কৰে। পিছত প্ৰশাসনৰ আশ্বাসত অৱৰোধ প্ৰত্যাহাৰ কৰা হয়। আজি ময়না তদন্তৰ পিছত মলিনৰ মৃতদেহ পৰিবাৰৰ হাতত দিয়া হব।Conclusion:NEWS Silchar 29July.. যোৱা কালি ৰাতি প্ৰায় সাৰে এগাৰো বজাত এটা নিউজ কভাৰ কৰি ঘৰলৈ উভতি আহোতে খবৰ হৈ গল শিলচৰ চহৰৰ তৰুণ সাংবাদিক মলিন শৰ্মা । চহৰৰ/ তাৰাপুৰত ফায়াৰ ব্ৰিগেডৰ সন্মুখত দ্ৰুতগতিত অহা এখন টিপাৰৰ সন্মুখৰ পৰা মলিনৰ স্কুটিখন পিষি দিয়াৰ ফলত ঘটনাস্থলীত মিলনৰ মৃত্যু হয় । মলিন শিলচৰৰ বৰাক টেলিভিছন বুলি এটা কেবল নিউজ ৰ সাংবাদিক আছিল ।তাৰ পিছত উত্তেজিত ৰাইজৰ ক্ষুব্ধ হৈ টিপাৰ আৰু আন ট্ৰাকক অৱৰোধ কৰে। পিছত নএন্ট্ৰী খুলি দিয়াৰ লগে লগে চহৰত বেপৰোৱা ট্ৰাক টিপাৰৰ দৌৰাত্ম্য বন্ধ কৰিবলৈ উপযুক্ত পুলিচ ব্যবস্থা গ্ৰহণৰ দাবী জনাই ক্ষুব্ধ সাংবাদিক আৰু ৰাইজ মিলি ৰাতি তিনিটালৈকে পথ অৱৰোধ কৰে। পিছত প্ৰশাসনৰ আশ্বাসত অৱৰোধ প্ৰত্যাহাৰ কৰা হয়। আজি ময়না তদন্তৰ পিছত মলিনৰ মৃতদেহ পৰিবাৰৰ হাতত দিয়া হব।