ETV Bharat / city

শিলচৰত আন্তঃজাতিক ফাগুন উৎসৱ - কাছাৰ

বাংলাদেশৰ শিল্পীৰ দ্বাৰা সংগীত পৰিবেশন

শিলচৰত আন্তঃজাতিক ফাগুন উৎসৱ
author img

By

Published : Mar 18, 2019, 4:22 AM IST

কাছাৰ, 17 মাৰ্চ: আবেগ নামৰ স্বেচ্ছা সেৱী সংগঠনৰ উদ্যোগত দেওবাৰে শিলচৰত অনুষ্ঠিত হ'ল আন্তঃজাতিক ফাগুন উৎসৱ ৷ শিলচৰৰ শিশু উদ্যানত আয়োজিত এই অনুষ্ঠানত শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে এক লগ হৈ আবিৰৰ ৰঙেৰে আগতিয়াকৈ ফাকু উৎসৱ পালন কৰা দেখা গ'ল ৷ ইপিনে অনুষ্ঠানটোৰ মুখ্য আকৰ্ষণ ৰূপে আছিল বাংলাদেশৰ শিল্পীৰ দ্বাৰা পৰিবেশন কৰা সংগীতানুষ্ঠান ৷

News silchar 
Intro বসন্ত আহিছে ।ফাগুনের বতাহ মনক কিবা এটা খবৰ দিয়াৰ কাৰণে ব্যস্ত।মানুহৰ মন ৰঙীণ কৰিবলৈ সাজু। আর এই ফাগুনৰ কথা মনত ৰাখি শিলচৰৰ  আবেগ নামক সংগঠন মাতিলে ফাগুনৰ আনন্দে।
V,O, আজি শিলচৰৰ চিলৰেন পার্ক টু সাজিচে  ব্লেক ৰংগত। সৰু কণমানিৰ পৰা যুৱক যুৱতী কিশোৰ কিশোৰী জমা হৈছে।আহিছে বিবিন্ন শিল্পী কবি লেখক ।
শুধু মাত্ৰ শিলচৰ বা বৰাক উপত্যকাৰ শিল্পী নহয় বৰং বাংলাদেশৰ পৰা ও আহিছে শিল্পী ।লক্ষ এটাই বসন্ত উৎসৱত অংশ লব। হাতে হাতে আবিৰ লৈ এটা ব্যতিক্ৰমী অনুষ্ঠানৰ দি মানালে বসন্ত উৎসব।গান গাইছিলে বাংলাদেশের শিল্পী তাৰ লগত বৰাকৰ শিল্পী সকলে ।ভাৰত বাংলাদেশ সুসম্পৰ্ক গৰিতুলাৰ এক চেষ্টা। আবেগ আয়োজিত এই অনুষ্ঠানত  গোটেই দিন ধৰি চলিল বসন্ত উৎসৱ।
এই বসন্ত উৎসৱ লৈ এক প্ৰতিবেদন।
Footage ftp
Slug Silchar Bosonto 1/2/3/4/5
DL
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.