ETV Bharat / city

শিলচৰত অস্থায়ী পি এইচ ই কৰ্মচাৰীৰ আত্মহত্যাৰ ভাবুকি

author img

By

Published : Oct 1, 2019, 4:14 PM IST

শিলচৰত পি এইচ ই অস্থায়ী শ্রমিক কৰ্মচাৰী পৰিষদৰ বৰাক উপত্যকা মণ্ডলৰ বাৰ্ষিক অধিবেশন ৷ দৰমহা বঞ্চিত কৰ্মচাৰীয়ে দিলে আত্মহত্যাৰ ভাবুকি ৷

শিলচৰত অস্থায়ী পি এইচ ই কৰ্মচাৰীৰ আত্মহত্যাৰ ভাবুকি

শিলচৰ,1 অক্টোবৰ: নিজৰ পৰিয়াল সহিতে আত্মহত্যাৰ ভাবুকি দিলে অস্থায়ী পি এইচ ই কৰ্মচাৰীয়ে ৷ 63 মাহে দৰমহা নাপালে এই কৰ্মচাৰীসকলে ৷ দীৰ্ঘদিন ধৰি আন্দোলনৰ পিছতো চৰকাৰে নজৰ দিয়া নাই তেওঁলোকৰ সমস্যাক । দুৰ্গাপূজাৰ সময়ত তেওঁলোক নিজৰ কাম নকৰি খোৱা পানীৰ যোগান বন্ধ ৰাখিব বুলিও ভাবুকি প্ৰদান কৰিছে ।

শিলচৰত অস্থায়ী পি এইচ ই কৰ্মচাৰীৰ ক্ষোভ প্ৰকাশ

মঙলবাৰে শিলচৰত পি এইচ ই অস্থায়ী শ্রমিক কৰ্মচাৰী পৰিষদৰ বৰাক উপত্যকা মণ্ডলৰ বাৰ্ষিক অধিবেশনত এনেদৰে ক্ষোভ প্ৰকাশ কৰিলে কৰ্মচাৰী সকলে ।

Intro:নিজৰ পৰিয়ালক লৈ পি এইচ ই প্লেণ্টত আঁতহঁতৰ(sucide) ভাবুকি প্ৰদান p h e অস্থায়ী কৰ্মচাৰী সকলৰ।
63 মাহৰ দৰমহা এতিয়া লৈ দিবলৈ অক্ষম চৰকাৰ। দীৰ্ঘদিন ধৰি আন্দোলনৰ পিছতও চৰকাৰে নজৰ দিয়া নাই তেওঁ লোকৰ সমস্যাৰ বাৰে ।হৈ কাৰণে এতিয়া দুৰ্গাপূজাৰ সময়ত তেওঁলোক নিজৰ কাম নকৰে আরু খাৱা পানীৰ যোগান বন্ধ ৰাখিব বিভিন্ন প্লেণ্ট সকলোতে।
Body:দীৰ্ঘদিন ধৰি আন্দোলনৰ পিছত ও চৰকাৰেও সমাধান কৰা নাই তেওঁ লোকৰ সমস্যা । এতিয়া উপায় নাপাই দুৰ্গাপূজাত তেঁওলোকে খোৱা পানীৰ যোগান বন্ধ কৰিব।
তাৰ পিছতও চৰকাৰে যদি কথা নোসোণে তেতিয়া নিজৰে পৰিয়ালৰ লগতে আঁতহঁতৰ পথ বাছি লব তেওঁ লোকে। এনেকৈ কলে বাপন নোমছুদ্ৰ। আজি শিলচৰ P H E অস্থায়ী শ্রমিক কৰ্মচাৰী পৰিষদ বৰাক ভেলি জোনর বাৰ্ষিক অধিবেশন হয়। বিভাগীয় সমস্যা লৈ আলোচনাৰ পিছত তেঁও লোকে etv ভাৰতৰ লগত কথা পাতি কয় ।Conclusion:এতিয়া সময় কব চৰকাৰে পি এইচ ই ৰ সমস্যা কেনেকৈ সমাধান কৰে ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.