ETV Bharat / city

চৰকাৰলৈ নৰৈ ৰাইজে সাজিলে দলং

বানপানীত প্ৰতি বছৰে দলংখন উটি যায় বাবে খৰালি আকৌ ৰাইজে লগ হৈ দলংখন সাজে। এইবছৰৰ দলংখন ইতিমধ্যে ৰাইজে প্ৰায় এমাহৰ ভিতৰত নিৰ্মাণ কৰি উলিয়াইছে। সোমবাৰে ৰাইজে আনুষ্ঠানিকভাৱে দলংখনৰ উদ্বোধন কৰে। উল্লেখ্যে যে বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী,বৃদ্ধ,মহিলাৰ লগতে কোনো লোকৰ বেমাৰ আজাৰ হলে দলঙৰ অভাৱত প্ৰায় ১২-১৫ কিলোমিটাৰ অতিৰিক্তভাৱে ঘূৰি ৰোগীক চিকিৎসালয়লৈ নিব লগা হয়।

author img

By

Published : Oct 15, 2019, 4:45 PM IST

Updated : Oct 15, 2019, 5:11 PM IST

চৰকাৰলৈ নৰৈ ৰাইজে সাজিলে দলং

নিউজ ডেস্ক, 15 অক্টোবৰ: পথ নে পুখুৰী ! পথৰ মাজত থকা পুখুৰী সদৃশ গাতে নৰক যন্ত্ৰণা ভুগাইছে ঘগ্ৰাপাৰ-তামুলপুৰ হৈ ভূটান সংযোগী পথৰে আহ যাহ কৰা প্ৰতিজন পথচাৰীক ৷ দিনটোত হাজাৰ হাজাৰ মানুহে আহ যাহ কৰা অতি ব্যস্ত এই পথটো। ৰাইজৰ অভিযোগ নলবাৰী সমষ্টিৰ অন্তৰ্গত বিধায়ক অশোক শৰ্মাই এই পথটোৰে আহ যাহ কৰি সভা সমূহলৈ যায় যদিও কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই পথটো নিৰ্মাণৰ ক্ষেত্ৰত। গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই পথছোৱালৈ কাণ-সাৰ নাই আজি পৰ্যন্ত। ইফালে পুখুৰী সদৃশ এই পথটোৰে আহ যাহ কৰাৰ ফলত বিভিন্নজনে ইতিমধ্যে দুৰ্ঘটনাৰ সন্মুখীন হৈছে ৷ তৎসত্বেও ৰাইজে সঁহাৰি নাপালে প্ৰতিনিধিৰ ৷

পুখুৰী সদৃশ পথ

আনহাতে জনপ্ৰতিনিধিলৈ বাট নাচায় ৰাইজৰ দ্বাৰা নিৰ্মাণ হ'ল বৰদল আৰু মধুকুছি সংযোগী দলংখন। পুঠিমাৰী নৈৰ ওপৰত নিৰ্মাণ হোৱা দলংখনৰ বাবে এতিয়া ৰাইজে প্ৰায় ২০ কি:মি: দূৰেৰে প্ৰায় ডেৰ ঘণ্টা সময় নষ্ট কৰি ঘূৰি যোৱাৰ পৰিৱৰ্তে প্ৰায় ২০মিনিটতেই নিজৰ গন্তব‍্য স্থান পাবগৈ। পিছে অঞ্চলটোৰ ৰাইজৰ বহু আকাংক্ষিত এই দলংখন চৰকাৰী নহয়,ৰাইজে কঠোৰ পৰিশ্ৰম কৰি নিজৰ গাঠিৰ ধন ভাঙি নিৰ্মাণ কৰা এখন বাঁহৰ দলঙহে। বছৰ বছৰ ধৰি কৰ্তৃপক্ষক অনুনয় বিনয় কৰি কোনো ফল নধৰাত শেষত ৰাইজে নিজেই দলংখন সাজিবলৈ লয়।

ৰাইজে সাজিলে দলং

বানপানীত প্ৰতি বছৰে দুৰ্বল দলংখন উটি যায় বাবে খৰালি আকৌ ৰাইজে লগ হৈ দলংখন সাজে। এইবছৰৰ দলংখন ইতিমধ্যে ৰাইজে প্ৰায় এমাহৰ ভিতৰত নিৰ্মাণ কৰি উলিয়াইছে। সোমবাৰে ৰাইজে আনুষ্ঠানিকভাৱে দলংখনৰ উদ্বোধন কৰে। উল্লেখ্যে যে বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী , বৃদ্ধ,মহিলাৰ লগতে কোনো লোকৰ বেমাৰ আজাৰ হলে দলঙৰ অভাৱত প্ৰায় ১২-১৫ কিলোমিটাৰ অতিৰিক্তভাৱে ঘুৰি ৰোগীক চিকিৎসালয়লৈ নিব লগা হয়। বিয়াগোম এটা বিভাগ থকা স্বত্তেও ৰাইজে নিজেই দলং নিৰ্মাণ কৰিবলগীয়া হোৱাটো অতি পৰিতাপৰ বিষয়।

Intro:পুখুৰী সদৃশ অতি শোচনীয় পথে যমৰ যাতনা ভোগাইছে সাধৰণ ৰাইজৰ।

বিধস্ত পথ মেৰামতিৰ বাবে গুৰুত্ব নাই গড়কাপ্তানী বিভাগৰ।

Body:পথ নে পুখুৰী ।পথৰ মাজত থকা পুখুৰী সদৃশ গাতে নৰক যন্ত্ৰণা ভুগাইছে ঘগ্ৰাপাৰ - তামুলপুৰ হৈ ভূটান সংযোগী পথৰে আহযাহ কৰা প্ৰতিজন পথচাৰীক।দিনটোত হাজাৰ হাজাৰ মানুহে আহ যাহ কৰা অতি ব্যস্ত এই পথটো ।পুনৰ নিৰ্মাণ বা মেৰামতি নকৰা চকুমুদি থকা গড়কাপ্তানী বিভাগৰ কেতিয়া চকুত পৰিব পথটো।নলবাৰী সমষ্টিৰ অন্তৰ্গত বিধায়ক অশোক শৰ্মাই এই পথটোৰে আহ যাহ কৰি সভা সমূহলৈ যাই যদিও কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই পথটো নিৰ্মাণৰ ক্ষেত্ৰত।গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিতৃ ভুমিৰ নাতি দুৰত থকা এই পথছোৱাৰ দুৰাবস্থাই পুনৰবাৰ অসাৰ প্ৰতিপন্ন কৰিলে মন্ত্ৰী হিমন্ত বিশ্বৰ কৰ্ম পতুতা।ইফালে পুখুৰী সদৃশ এই পথটোৰে আহ যাহ কৰি বিভিন্ন জনে গাত পৰি হাত ভৰি ভঙাৰ কৰা এজন ভুক্তভোগীয়ে আমাৰ কেমেৰাত ক্ষোভ উজাৰে।

প্ৰশ্ন হয় কেতিয়া পৰিৱৰ্তন আহিৱ ঘগ্ৰাপাৰ-তামুলপুৰ হৈ ভূটান সংযোগী পথৰ?

Conclusion:নলবাৰীৰ পৰা কৈলাস ডেকা।
Last Updated : Oct 15, 2019, 5:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.