নলবাৰী,14 অক্টোবৰ: নলবাৰী ধমধমা আৰক্ষী চকীৰ অন্তৰ্গত ৰাঙাফলিৰ পৰা গ্ৰেপ্তাৰ এজন এন.ডি.এফ.বি সদস্য । ধৃত এন.ডি.এফ.বি সদস্যজনৰ নাম বলোৰাম বসুমতাৰী । বসুমতাৰীয়ে তেৰমাইলৰ পৰা এটা ৰাইফল আনি ৰঙাফলিত এজন ব্যক্তিক দিব আহোতে আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ হয় । উদ্ধাৰ হোৱা ৰাইফলটো 7.62 sl চাইনিজ বুলি জানিব পৰা গৈছে । সম্প্ৰতি ধৃত বলোৰাম বসুমতাৰীক আৰক্ষীয়ে ঘগ্ৰাপাৰ থানাত অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।
নলবাৰীত গ্ৰেপ্তাৰ NDFB সদস্য - নলবাৰী ধমধমা আৰক্ষী চকী
নলবাৰী ধমধমাত এন ডি এফ বি সদস্য গ্ৰেপ্তাৰ ৷ এটা ৰাইফল উদ্ধাৰ ৷
![নলবাৰীত গ্ৰেপ্তাৰ NDFB সদস্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4752973-thumbnail-3x2-ndfb.jpg?imwidth=3840)
উদ্ধাৰ হোৱা ৰাইফলটো
নলবাৰী,14 অক্টোবৰ: নলবাৰী ধমধমা আৰক্ষী চকীৰ অন্তৰ্গত ৰাঙাফলিৰ পৰা গ্ৰেপ্তাৰ এজন এন.ডি.এফ.বি সদস্য । ধৃত এন.ডি.এফ.বি সদস্যজনৰ নাম বলোৰাম বসুমতাৰী । বসুমতাৰীয়ে তেৰমাইলৰ পৰা এটা ৰাইফল আনি ৰঙাফলিত এজন ব্যক্তিক দিব আহোতে আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ হয় । উদ্ধাৰ হোৱা ৰাইফলটো 7.62 sl চাইনিজ বুলি জানিব পৰা গৈছে । সম্প্ৰতি ধৃত বলোৰাম বসুমতাৰীক আৰক্ষীয়ে ঘগ্ৰাপাৰ থানাত অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।
ৰাইফলসহ নলবাৰীত এন ডি এফ বি সদস্য গ্ৰেপ্তাৰ
ৰাইফলসহ নলবাৰীত এন ডি এফ বি সদস্য গ্ৰেপ্তাৰ
Intro:নলবাৰীত গ্ৰেপ্তাৰ NDFB সদস্যBody:নলবাৰী ধমধমা আৰক্ষী চকীৰ অন্তৰ্গত ৰাঙাফালিৰ পৰা গ্ৰেপ্তাৰ এজন এন ডি এফ বি সদস্য ।ধৃত এন ডি এফ বি সদস্য জন হৈছে বলোৰাম বসুমতাৰী ।বসুমতাৰীয়ে তেৰমাইলৰ পৰা এটা ৰাইফল আনি ৰঙাফালিত এজন ব্যক্তিক দিব আহোতে আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ হয় ।উদ্ধাৰ হোৱা ৰাইফলটো 7.62 sl চাইনিজ বুলি জানিব পৰা হৈছে ।সম্প্ৰতি ধৃত বলোৰাম বসুমতাৰীক ঘগ্ৰাপাৰ থানাত ৰাখি অধিক তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা । Conclusion:কৈলাস ডেকা, নলবাৰী।