ETV Bharat / city

অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট একাংশ প্ৰাৰ্থী

author img

By

Published : May 12, 2022, 10:07 PM IST

অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট কলিয়াবৰৰ একাংশ প্ৰাৰ্থী ( Some candidates unsatisfied with Assam Police Constable result) ৷ পৰীক্ষাৰ ফলাফল বিসংগতিৰ অভিযোগ প্ৰাৰ্থীসকলৰ ৷ ফলত ৰাজপথলৈ ওলাই আহিল প্ৰাৰ্থীসকল ৷

Some candidates unsatisfied with Assam Police Constable result at Kaliabor in Nagaon
অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফলকলৈ অসন্তুষ্ট একাংশ প্ৰাৰ্থী

কলিয়াবৰ, 12 মে’: আজি ঘোষণা হ’ল অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল (Assam Police Constable result) ৷ মুঠ 6,662 টা কনিষ্টবল পদৰ 2391 টা পদ ইউ বি কনিষ্টবল আৰু 4271 টা পদ এ বি কনিষ্টবলৰ । এই ফলাফল ঘোষণাৰ পিছতে ফলাফলক লৈ কলিয়াবৰত অসন্তুষ্টি প্ৰকাশ কৰিছে একাংশ প্ৰাৰ্থীয়ে ৷ বিগত 20 ফেব্ৰুৱাৰী তাৰিখে এই পৰীক্ষা অনুষ্ঠিত হৈছিল (Assam Police Recruitment) ৷

মোবাইলত লাভ কৰা ফলাফলৰ তালিকাত প্ৰাৰ্থীসকলে অনুত্তীৰ্ণ হোৱা বুলি মন্তব্য কৰে প্ৰাৰ্থীসকলে (Candidates deprives from result of Assam Police) ৷ নম্বৰ বিহীন এই ফলাফলে প্ৰাৰ্থীসকলক বিমোৰত পেলাইছে ৷ তেওলোকৰ ফলাফল যিয়েই নহওঁক, পৰীক্ষাত লাভ কৰা নম্বৰ জানিবলৈ ইচ্ছুক একাংশ প্ৰাৰ্থী । সেই লৈ কলিয়াবৰত ক্ষোভ উজাৰে একাংশ প্ৰাৰ্থীয়ে (Some candidates unsatisfied with Assam Police Constable result) ৷

উল্লেখ্য যে, আজি ঘোষিত অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফলৰ সকলো বাছনিভুক্তকে ৰাজ্য চৰকাৰে 14 মে’ত নিযুক্তি পত্ৰ প্ৰদান কৰিব বুলি ৰাজ্য চৰকাৰে জানিব দিছে । ইতিমধ্যে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত হ’বলগীয়া এই মেগা নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত বুধবাৰে জনতা ভৱনত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হৈ যায় ৷

লগতে পঢ়ক: ২৩ হাজাৰ নিযুক্তিৰ বাবে সাজু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.