ETV Bharat / city

চোৰাং চিকাৰীৰ পৰা উদ্ধাৰ তিনিটাকৈ কাম চৰাই

author img

By

Published : Dec 21, 2020, 5:47 PM IST

প্ৰকৃতিপ্ৰেমী সংস্থা তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ প্ৰচেষ্টাত নগাঁও জিলাৰ ধিং গাঁৱত চোৰাং চিকাৰীৰ কৱলৰ পৰা তিনিটা কাম চৰাই উদ্ধাৰ ৷

চোৰাং চিকাৰীৰ পৰা উদ্ধাৰ তিনিটাকৈ কাম চৰাই
চোৰাং চিকাৰীৰ পৰা উদ্ধাৰ তিনিটাকৈ কাম চৰাই

চামগুৰি, 21 ডিচেম্বৰ : প্ৰকৃতিপ্ৰেমী সংস্থাৰ প্ৰচেষ্টাত নগাঁও জিলাৰ ধিং গাঁৱৰ চোৰাং চিকাৰীৰ কৱলৰ পৰা তিনিটা কাম চৰাই উদ্ধাৰ কৰা হয় ৷ নগাঁও জিলাৰ অগ্ৰনী প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী সংস্থা তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ উদ্যোগত সোমবাৰে নগাঁও জিলাৰ ধিং গাঁৱৰ পৰা কাম চৰাই তিনিটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

প্ৰকৃতিপ্ৰেমী সংস্থাৰ সহযোগত উদ্ধাৰ কাম চৰাই

উল্লেখ্য যে, শীতৰ আগমনৰ লগে-লগেই নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তৰ জলাশয় সমূহত নানান প্ৰজাতিৰ ৰংচঙীয়া পক্ষীৰ আগমনে এক অনন্য পৰিবেশৰ সৃষ্টি হয় । যাৰ সুযোগ লৈ এচাম দুষ্ট চক্ৰই নানান কৌশলেৰে পক্ষীবোৰ নিধন কৰি ইয়াৰ ৰমৰমীয়া বেহা চলাই আহিছে । প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী সংস্থা তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ একান্ত প্ৰচেষ্টাত সোমবাৰে ধিং গাঁৱৰ চোৰাং চিকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰা তিনিটা কাম চৰাই বন বিভাগৰ সহযোগত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত মুকলি কৰি দিয়া হয় ।

লগতে পঢ়ক : বন্যহস্তীৰ উপদ্ৰৱত উজাগৰী নিশা কটাইছে চামগুৰিবাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.