ETV Bharat / city

ঐতিহাসিক ৰত্নাৱলী থানত অখিল গগৈৰ আশু আৰোগ্য কামনা কৰি বন্তি প্ৰজ্বলন

author img

By

Published : Jul 13, 2020, 4:19 PM IST

কামপুৰ ঐতিহাসিক ৰত্নাৱলী থানত অখিল গগৈৰ আশু আৰোগ্য কামনা কৰি বন্তি প্ৰজ্বলন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

ঐতিহাসিক ৰত্নাৱলী থানত অখিল গগৈৰ আশু আৰোগ্য কামনা কৰি বন্তি প্ৰজ্বলন
ঐতিহাসিক ৰত্নাৱলী থানত অখিল গগৈৰ আশু আৰোগ্য কামনা কৰি বন্তি প্ৰজ্বলন

বঢ়মপুৰ, 13 জুলাই: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কা আন্দোলনৰ সক্ৰিয় নেতা অখিল গগৈ,ধৈৰ্য কোঁৱৰ,বিটু সোণোৱালৰ আশু আৰোগ্য কামনা কৰি ঐতিহাসিক কামপুৰৰ ৰত্নাৱলী থানত বন্তি প্ৰজ্বলন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷

ঐতিহাসিক ৰত্নাৱলী থানতআশু আৰোগ্য কামনা কৰি বন্তি প্ৰজ্বলন

সোমবাৰে নেতা কেইগৰাকীৰ সুস্থতাৰ বাবে নেদেখা জনৰ ওচৰত সেৱা জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যৰ লগতে একাংশ সচেতন যুৱকে । ঐতিহাসিক থানখনৰ পূজাৰীয়ে অখিল গগৈৰ আশু আৰোগ্য কামনা কৰি প্ৰদান কৰে আৰ্শীবাদ । উল্লেখ্য যে,শেহতীয়াকৈ অখিল গগৈসহ কাৰাবন্দী হৈ থকা বিটু সোণোৱাল আৰু ধৈৰ্য কোৱঁৰৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ সম্প্ৰতি তিনিও চিকিৎসাধীন হৈ আছে ৷

লগতে চাওক-মুক্ত আকাশৰ তললৈ আহিব মানস কোঁৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.