ETV Bharat / city

জুৰীয়াত পুনৰ আন এজনৰ দেহত COVID- 19+

জুৰীয়াত পুনৰ আন এজন যুৱক কৰণা ভাইৰছত আক্ৰান্ত হয় ৷ আক্ৰান্ত যুৱক জনক ইতিমধ্যে স্বাস্থ্য বিভাগে 108 ৰ জৰিয়তে নগাঁৱৰ চিকিৎসা কেন্দ্ৰ লৈ স্থানান্তৰ কৰে ৷

ETV BHARAT
জুৰীয়াত পুনৰ আন এজনৰ দেহত COVID- 19+
author img

By

Published : May 26, 2020, 6:05 PM IST

ৰূপহীহাট, 26মেঃ নগাঁও জিলাত জুৰীয়াত পুনৰ আন এজন যুৱক আক্ৰান্ত হয় কৰ'ণা ভাইৰাছত ৷ আক্ৰান্ত যুৱক জন উত্তৰ প্ৰদেশৰ পৰা অসমলৈ ওভতি আহিছিল বুলি জানিবলৈ পোৱা গৈছে ৷

জুৰীয়াত পুনৰ আন এজনৰ দেহত COVID- 19+

নগাঁও জিলাৰ ৰূপহীহাটৰ জুৰীয়াত আজি পুনৰ আন এজন যুৱকৰ Covid 19 পজিটিভ ধৰা পৰে ৷ জুৰীয়া বগৰীগুৰি মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কোৱাৰেন্টাইন হৈ আছিল আক্ৰান্ত যুৱকজন ৷ আক্ৰান্ত যুৱক জনৰ নাম মোকছিদুল ইছলাম(20)৷ ঘৰ জুৰীয়া ফাকলি পথাৰত ৷ যুৱকজন উত্তৰ প্ৰদেশত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে ৷ জুৰীয়া কোৱাৰেণ্টাইন কেন্দ্ৰত থকা যুৱক জনৰ দেহত Covid -19+ ৰ উপস্থিতি ধৰা পৰাৰ পাছত যুৱক জনক স্বাস্থ্য বিভাগে 108 ৰ জৰিয়তে নগাঁৱলৈ স্থানান্তৰ কৰে ৷ Covid - 19+ ৰ উপস্থিতি ধৰা পৰাৰ পাছতেই আৰক্ষীয়ে লগে লগে পথত ওপৰত বেৰিকেড বনাই মানুহৰ অহা যোৱা বন্ধ কৰি দিয়ে ৷ লগতে আক্ৰান্ত যুৱকজনে ব্যৱহাৰ কৰা সকলো সামগ্ৰী জ্বলাই দিয়ে আৰক্ষী প্ৰশাসনৰ লোকে ৷

লগতে পঢ়ক-ভয়ানকভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.