ETV Bharat / city

নগাঁৱৰ শৃংগাপট্টিত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি - etv bharat

শোচনীয় পথৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ উত্তেজিত একাংশ ৰাইজে প্ৰায় এঘন্টা ধৰি আৱদ্ধ কৰি ৰাখে ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথ ৷ পাচত অৰ্দ্ধসামৰিক বাহিনী আৰু আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷

etv bharat
author img

By

Published : Apr 12, 2019, 5:37 AM IST

নগাঁও, 12 এপ্ৰিলঃ বৃহস্পতিবাৰে নিশা নগাঁৱৰ শৃংগাপট্টিত 36 নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ উত্তেজনা ৷ ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হোৱা এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰিয়েই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ এগৰাকী বাইক আৰোহীয়ে ডিভাইদাৰত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় ৷ আহত বাইক আৰোহীজনক সংকটজনক অৱস্থাত নগাঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয় ৰাইজে ৷

নগাঁৱৰ শৃংঙ্গাপট্ৰিত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

ইফালে, ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ তুলি উত্তেজিত ৰাইজে ঘাইপথটো আৱদ্ধ কৰি ৰাখে ৷ যাৰ বাবে প্ৰায় এঘন্টা ধৰি ঘাইপথত অচল হৈ পৰে যাতায়ত ব্যৱস্থা ৷ অৱশেষত, ঘটনাস্থলীত অৰ্দ্ধসামৰিক বাহিনী আৰু আৰক্ষী উপস্থিত হৈ উত্তেজিত ৰাইজৰ ওপৰত লাঠি চাৰ্জ কৰি পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আনে ৷

Intro:নগাঁৱৰ কঠিয়াতলী শৃংঙ্গাপট্ৰিত তীব্ৰ উত্তেজনা ৷ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এই উত্তেজনা । ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ শোচনীয় অৱস্থাৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনা । এক ঘণ্টা ধৰি ৰাইজে আৱদ্ধ কৰি ৰাখে ৰাষ্ট্ৰীয় ঘাই পথটো । ঘটনাস্থলীত অদ্ধসামৰিক বাহিনী আৰু আৰক্ষী উপস্থিত হৈ লাঠি চাৰ্জ কৰে উত্তেজিত ৰাইজৰ ওপৰত । পথৰ দূৰবস্থাৰ বাবেই বাইক আৰোহীয়ে খুন্দা মাৰে ডিভাইদাৰত ৷ আহত বাইক আৰোহী জনক সংকট জনক অৱস্থাত নগাঁৱৰ লৈ প্ৰেৰণ কৰে |Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.