ETV Bharat / city

মিছ নৰ্থ ইষ্ট ইণ্ডিয়া কিডচত উজলিল নগাঁৱৰ চাৰি কন্য়া - Kids category

নগাঁৱলৈ সাফল্য কঢ়িয়াই আনিলে চাৰিগৰাকী কৈ নগঞা‌ কন্যাই ৷ বিউটি ফেশ্বন শ্ব'ত কিডচ কেটেগৰী আৰু টিন কেটেগৰীত অংশগ্ৰহণ কৰি খিতাপ দখল কিশোৰীকেইগৰাকীৰ ।

Nagaon four Girls win Miss North East India title
মিছ নৰ্থ ইষ্ট ইণ্ডিয়া কিডচৰ খিতাপ দখল
author img

By

Published : Nov 2, 2021, 6:45 PM IST

নগাঁও, 2 নৱেম্বৰ : সদ্য সমাপ্ত বিউটি ফেশ্বন শ্ব'ত মিছ নৰ্থ ইষ্ট ইণ্ডিয়া প্ৰতিযোগিতাত নগাঁৱৰ চাৰিগৰাকী কন্যাই পদক অৰ্জন কৰি নগাঁৱলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় । ইয়াৰে শেনচোৱাৰ কন্যা অনুষ্কাই প্ৰতিযোগিতাখনত ফাৰ্ষ্ট ৰাৰ্ণাছ আপৰ খিতাপ দখলৰ লগতে ব্ৰেণ্ড এম্বেচাডৰ হ’বলৈও সক্ষম হৈছে ।

Nagaon four Girls win Miss North East India title
মিছ নৰ্থ ইষ্ট ইণ্ডিয়া কিডচৰ খিতাপ দখল

নগাঁৱৰ শেনচোৱাৰ চাৰিগৰাকী প্ৰতিযোগীয়ে মিছ নৰ্থ ইষ্ট ইণ্ডিয়া বিউটি ফেশ্বন শ্ব'টোত অংশগ্ৰহণ কৰিছিল । ইয়াৰে দুগৰাকীয়ে কিডছ কেটেগৰীত আন দুগৰাকী টিন কেটেগৰীত অংশগ্ৰহণ কৰিছিল । প্ৰতিযোগিতাখনৰ টিন শাখাত অংশগ্ৰহণ কৰি অনুষ্কা দাস প্ৰথম ৰাৰ্ণাচ আপ পাবলৈ‌ সক্ষম হয় ।

প্ৰতিযোগিতাখনত মেৰিন দাসে মিছ নৰ্থ ইষ্ট ইণ্ডিয়া কিডচ কেটেগৰীৰ খিতাপ দখল কৰিবলৈ‌ সক্ষম হয় । একেদৰে নন্দিনী দাসে মিছ নৰ্থ ইষ্ট ইণ্ডিয়া কিডচ শাখাত প্ৰথম ৰাণাৰ্ছ আপৰ হয় ৷ আনহাতে জিনা ৰশ্মি শইকীয়াই মিছ চাইনিং ষ্টাৰ এৱাৰ্ড লাভ কৰি নগাঁৱলৈ সুনাম কঢ়িয়াই আনে ৷

প্ৰতিযোগী চাৰিগৰাকীৰ এই সাফল্যক লৈ সম্প্ৰতি উৎফুল্লিত হৈ পৰে সমগ্ৰ শেনচোৱাৰ লগতে নগাঁৱৰ ৰাইজ ৷ শেনচোৱাৰ প্ৰতিযোগীকেইগৰাকীৰ ঘৰত এতিয়া এক আনন্দ মুখৰ পৰিৱেশে বিৰাজ কৰিছে । লগতে নগঞা কন্যাকেইগৰাকীয়ে নগাঁওবাসীৰ পৰা আশীষ বিচৰাৰ লগতে শিক্ষাগুৰু, পিতৃ-মাতৃক ধন্যবাদ জ্ঞাপন কৰিছে ।

মিছ নৰ্থ ইষ্ট ইণ্ডিয়া কিডচৰ খিতাপ দখল

লগতে পঢ়ক : বিতৰ্কত নাম সাঙোৰ খাইছে পিংকী বাইদেউৰ : ষড়যন্ত্ৰ কৰিছে নেকি কোনোবাই ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.