ETV Bharat / city

আবিৰৰ ৰঙেৰে ৰঙীন গুৰুজনাৰ জন্মস্থান বৰদোৱা - পাঁচদিনীয়া কাৰ্যসূচীৰে বৰদোৱাৰ দৌল উৎসৱ

আবিৰৰ ৰঙেৰে ৰঙীন গুৰুজনাৰ জন্মস্থান বৰদোৱা ৷ উদুলি-মুদুলি পৰিৱেশৰ মাজত গোঁসাইক লৈ শোভাযাত্ৰা ৷

পাঁচদিনীয়া কাৰ্যসূচী
বৰদোৱাত দৌল উৎসৱ
author img

By

Published : Mar 10, 2020, 4:49 PM IST

Updated : Mar 10, 2020, 9:14 PM IST

নগাঁও, 10 মাৰ্চ : আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা ৷ পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বৰদোৱাৰ দৌল উৎসৱৰ মঙলবাৰে তৃতীয় দিনা বিৰাজ কৰিছে এক উদুলি-মুদুলি পৰিৱেশ ৷

বৰদোৱাত দৌল উৎসৱ

উখল-মাখল পৰিৱেশৰ মাজতে গোঁসাইক লৈ অনুষ্ঠিত হৈছে শোভাযাত্ৰা ৷ গোঁসাইক সেৱা আগবঢ়াই অগণন ভক্তপ্ৰাণ লোকে ৷ দৌল মন্দিৰলৈকে শোভাযাত্ৰাৰে লৈ যোৱা হয় গোঁসাইক ৷

বৰদোৱাত দৌল উৎসৱ

আৰু পঢ়ক : শিৱসাগৰত ফাকুৱাৰ ব্যাপক উচাহ

Last Updated : Mar 10, 2020, 9:14 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.