কামপুৰ,20 জুলাই : নগাওঁ জিলাৰ কচুৱা আৰু কামপুৰত ধন দাবী কৰি বিপদত পৰিছে ৬ জনকৈ লোক ৷ কচুৱা অঞ্চলৰ ইছাহক আলি,ফকৰ উদ্দিন,আাব্দুল জলিল,আব্দুল হাচেন আৰু ছিৰাজ উদ্দিনৰ লগতে কামপুৰৰ চাংচকীৰ কুশল মেধি নামৰ লোককেইজনৰ বিৰুদ্ধে কচুৱা থানাত গোচৰ ৰুজু কৰিছে কঠিয়াতলী উন্নয়ণ খণ্ডৰ কচুৱা পঞ্চায়তৰ সভাপতি এহিয়া মুস্তাফাই ৷ গোচৰ নং ২০৪/১৯ আৰু ভাৰতীয় দণ্ডাবিধি আইনৰ ৩৮৩/৩৪ ধাৰাত ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তৰ ওপৰত গোচৰ ৰুজু কৰিছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
কামপুৰৰ পঞ্চায়ত প্ৰতিনিধিক ভাবুকি: ছজনৰ বিৰুদ্ধে গোচৰ ৰুজু - 383/38
বহুদিনৰ পৰাই বিভিন্ন ভাবুকিৰে কৰি আহিছিল ধন দাবী ৷ প্ৰতিনিধি কেইজনক দিছিল অপহৰণ কৰি প্ৰাণে মৰাৰ ভাবুকি ৷

কামপুৰৰ পঞ্চায়ত প্ৰতিনিধিক ভাবুকি : ছজনৰ বিৰুদ্ধে গোচৰ ৰুজু
কামপুৰ,20 জুলাই : নগাওঁ জিলাৰ কচুৱা আৰু কামপুৰত ধন দাবী কৰি বিপদত পৰিছে ৬ জনকৈ লোক ৷ কচুৱা অঞ্চলৰ ইছাহক আলি,ফকৰ উদ্দিন,আাব্দুল জলিল,আব্দুল হাচেন আৰু ছিৰাজ উদ্দিনৰ লগতে কামপুৰৰ চাংচকীৰ কুশল মেধি নামৰ লোককেইজনৰ বিৰুদ্ধে কচুৱা থানাত গোচৰ ৰুজু কৰিছে কঠিয়াতলী উন্নয়ণ খণ্ডৰ কচুৱা পঞ্চায়তৰ সভাপতি এহিয়া মুস্তাফাই ৷ গোচৰ নং ২০৪/১৯ আৰু ভাৰতীয় দণ্ডাবিধি আইনৰ ৩৮৩/৩৪ ধাৰাত ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তৰ ওপৰত গোচৰ ৰুজু কৰিছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
কামপুৰৰ পঞ্চায়ত প্ৰতিনিধিক ভাবুকি : ছজনৰ বিৰুদ্ধে গোচৰ ৰুজু
কামপুৰৰ পঞ্চায়ত প্ৰতিনিধিক ভাবুকি : ছজনৰ বিৰুদ্ধে গোচৰ ৰুজু
Intro:কামপুৰৰ পঞ্চায়ত প্ৰতিনিধিক ভাবুকি । ছজনৰ বিৰুদ্ধে থানাত গোচৰ ।
Anchor=পঞ্চায়ত প্ৰতিনিধিক বিভিন্ন ভাবুকিৰে ধন দাবী কৰি বিপদত পৰিছে নগাওঁ জিলাৰ কচুৱা আৰু কামপুৰৰ ৬ জনকৈ লোক ।এই লোক কেইজনৰ বিৰুদ্ধে কচুৱা থানাত গোচৰ ৰুজু কৰিছে কঠিয়াতলী উন্নয়ণ খণ্ডৰ কচুৱা পঞ্চায়তৰ সভাপতিএহিয়া মুস্তাফাই ।বিভিন্ন সময়ত কচুৱা অঞ্চলৰ ইছাহক আলি , ফকৰ উদ্দিন ,আাব্দুল জলিল ,আব্দুল হাচেন আৰু ছিৰাজ উদ্দিনৰ লগতে কামপুৰৰ চাংচকীৰ কুশল মেধি নামৰ লোকজনে কেইবাখনো পঞ্চায়তৰ সভাপতিক ভাবুকি দি ধন দাবী কৰি আহিছিল। কচুৱা আৰক্ষী থানাত দিয়া গোচৰ তোত উল্লেখ থকা মতে লোক কেইজনে পঞ্চায়ত প্ৰতিনিধি কেইজনক অপহৰন কৰি হত্যাৰ কৰা ভাবুকি প্ৰদান কৰিছিল । এই সম্পৰ্কত কচুৱা থানাত গোচৰ নং ২০৪/১৯ ভাৰতীয় দণ্ডাবিধি আইনৰ ৩৮৩/৩৪ ধাৰাত এটা গোচৰ পঞ্জিয়ন হৈছে ।কচুৱা আৰক্ষীয়ে লোক কেইজনৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে ।
Body:BYTE = পঞ্চায়ত সভাপতি ।
বঢ়মপুৰৰ মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion: