ETV Bharat / city

বটদ্ৰৱাৰ দুখনকৈ বিদ্যালয়ত চোৰৰ চাফাই অভিযান - ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়

বটদ্ৰৱাৰ ডুমডুমীয়া আৰক্ষী চকীৰ নিচেই কাষতে থকা দুখনকৈ বিদ্যালয়ত চুৰিকাণ্ড। লুটি নিয়ে লেপটপ, কম্পিউটাৰ, পাৱাৰ পাম্পকে ধৰি বহু নথি পত্ৰ

বটদ্ৰৱাৰ দুখনকৈ বিদ্যালয়ত চোৰৰ চাফাই অভিযান
author img

By

Published : May 1, 2019, 8:05 PM IST

বটদ্ৰৱা, 1মেঃ নগাঁৱত এইবাৰ চোৰৰ টাৰ্গেট হৈছে উত্তৰ পশ্চিম অঞ্চলৰ বিভিন্ন বিদ্যালয়। নিশা হৈ থকা ধাৰাসাৰ বৰষুণৰ সুযোগ লৈ চোৰে ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে শংকৰদেৱ শিশু নিকেতনৰ পৰা লুটি নিয়ে লেপটপ,কম্পিউটাৰ,পাৱাৰ পাম্প,নথি পত্ৰকে ধৰি বহু মূল্যৱান সা-সামগ্ৰী। উল্লেখ্য যে বিদ্যালয়ত নৈশ চকীদাৰ থকাৰ পিচতো বিদ্যালয়ত চুৰিকাৰ্য সংঘটিত হোৱা ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ ৷

Intro:বটদ্ৰৱাৰ ডুমডুমীয়া আৰক্ষী চকীৰ নিচেই কাষতে থকা দুখনকৈ বিদ্যালয়ত চোৰৰ চাফাই অভিযান । লুটিনিয়ে লেপটপ, কম্পিউটাৰ, পাৱাৰ পাম্পকে ধৰি বহু নথি পত্ৰ । Body:এইবাৰ চোৰৰ টাৰ্গেট হৈছে নগাঁৱৰ উত্তৰ পশ্চিম অঞ্চলৰ বিভিন্ন বিদ্যালয় । নিশা ধাৰাসাৰে হৈ থকা বৰষুণৰ সুযোগ গ্ৰহন কৰি চোৰে দুখনকৈ খনকৈ বিদ্যালয়ত চাফাই অভিযান চলাই লুটি নিয়ে শিক্ষার্থী সকলৰ শিক্ষা দানৰ বাবে থকা লেপটপ, কম্পিউটাৰ, পাৱাৰ পাম্প । এই দৃশ্য বটদ্ৰৱাৰ ডুমডুমীয়াৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ।ডুমডুমীয়া আৰক্ষী চকীৰ নিচেই কাষতেই অৱস্থিত এই বিদ্যালত নিশা চোৰে এইদৰে চলালে চাফাই অভিযান । বিদ্যালয়ত থকা লেপটপ কম্পিউটাৰকে ধৰি নথি পত্ৰ, বহু মূল্যৱান সামগ্ৰী চোৰে নিশা চুৰ কৰিলৈযায় যাকলৈ সৃষ্টি হৈছে চাঞ্চল্যৰ । এতিয়া প্ৰশ্ন হয় আৰক্ষী চকীৰ নিচেই কাষতেই থকা দুখনকৈ বিদ্যালয়ত কেনেকৈ সংঘটিত হল চুৰি কাৰ্য্য । উল্লেখ্য যে বিদ্যালয়ত নৈশ চকিদাৰ থকাৰ পিছতো বিদ্যালয়ত চুৰিকাৰ্য সংঘটিত ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ ৷_________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.