নগাঁও, 25 মাৰ্চ : প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া কলিয়াবৰ লোকসভা সমষ্টি নিৰ্বাচনৰ বাবে সোমবাৰে ছয়গৰাকীকৈ প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ । নগাওঁ জিলা উপায়ুক্ত তথা নিৰ্বাচনী বিষয়াৰ ওচৰত সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিলে প্ৰাৰ্থীসকলে ৷ অগপ প্ৰাৰ্থী মণি মাধৱ মহন্তই অগপ-বিজেপিৰ বহুকেইগৰাকী নেতা তথা দলীয় সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰাৰ লগতে এন পি পি দলৰ হৈ মনোনয়ন দাখিল কৰে প্ৰাক্তন বিধায়ক আব্দুল আজিজে । একেদৰে নিৰ্দলীয় প্ৰাৰ্থী জিতেন গগৈ, জনমৰ্চা দলৰ হাৰিকুল ভূঞাই দাখিল কৰে মনোনয়ন পত্ৰ । ইপিনে শুক্ৰবাৰেই কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু নিৰ্দলীয় প্ৰাৰ্থী ভাস্কৰ শৰ্মাই দাখিল কৰিছিল মনোনয়ন পত্ৰ। ইপিনে মনোনয়ন পত্ৰ দাখিল কৰিয়েই সংখ্যালঘুৰ ভোটেৰে নিৰ্বাচনত জয়ী হোৱা কংগ্ৰেছৰ দিনতেই ধৰ্মীয় সংখ্যালঘু লোকসকলে অত্যাচাৰৰ সন্মুখীন হৈ আহিছে বুলি মন্তব্য কৰে এন পি পি ৰ প্ৰাৰ্থীগৰাকীয়ে ৷
কলিয়াবৰত ছজনকৈ প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ - আব্দুল আজিজ
অন্তিমটো দিনত মনোনয়ন পত্ৰ দাখিল কৰিলে অগপ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ লগতে এন পি পি প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক আব্দুল আজিজে

নগাঁও, 25 মাৰ্চ : প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া কলিয়াবৰ লোকসভা সমষ্টি নিৰ্বাচনৰ বাবে সোমবাৰে ছয়গৰাকীকৈ প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ । নগাওঁ জিলা উপায়ুক্ত তথা নিৰ্বাচনী বিষয়াৰ ওচৰত সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিলে প্ৰাৰ্থীসকলে ৷ অগপ প্ৰাৰ্থী মণি মাধৱ মহন্তই অগপ-বিজেপিৰ বহুকেইগৰাকী নেতা তথা দলীয় সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰাৰ লগতে এন পি পি দলৰ হৈ মনোনয়ন দাখিল কৰে প্ৰাক্তন বিধায়ক আব্দুল আজিজে । একেদৰে নিৰ্দলীয় প্ৰাৰ্থী জিতেন গগৈ, জনমৰ্চা দলৰ হাৰিকুল ভূঞাই দাখিল কৰে মনোনয়ন পত্ৰ । ইপিনে শুক্ৰবাৰেই কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু নিৰ্দলীয় প্ৰাৰ্থী ভাস্কৰ শৰ্মাই দাখিল কৰিছিল মনোনয়ন পত্ৰ। ইপিনে মনোনয়ন পত্ৰ দাখিল কৰিয়েই সংখ্যালঘুৰ ভোটেৰে নিৰ্বাচনত জয়ী হোৱা কংগ্ৰেছৰ দিনতেই ধৰ্মীয় সংখ্যালঘু লোকসকলে অত্যাচাৰৰ সন্মুখীন হৈ আহিছে বুলি মন্তব্য কৰে এন পি পি ৰ প্ৰাৰ্থীগৰাকীয়ে ৷
Body:নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ত সোমবাৰে মনোনয়ন দাখিল কৰিলে কনৰাড চাংমা নেতৃত্বাধীন এন পি পি প্ৰাৰ্থী আব্দুল আজিজে। মনোনয়ন দাখিল কৰি আব্দুল আজিজৰ মন্তব্য। কংগ্ৰেছৰ দিনতেই অধিক অত্যাচাৰৰ সন্মুখীন হৈছিল ধৰ্মীয় সংখ্যালঘু লোক। বিগত দিনত কংগ্ৰেছ এ আই ইউ ডি এফ মুছলমানৰ নামতেই খাই আছে বুলিও মন্তব্য কৰে আব্দুল আজিজে।
bite.
Conclusion: