যোৰহাট,14মাৰ্চ: যোৰহাটৰ অসম-নাগালেণ্ড সীমান্তত উদ্ধাৰ কৰা হৈছে নিষিদ্ধ লালীগুড় । বৃহস্পতিবাৰে বৰহোলা আঞ্চলিক যুৱ ছাত্ৰ পৰিষদে লালীগুড়খিনি উদ্ধাৰ কৰি বৰহোলা আৰক্ষীক চমজাই দিয়ে ৷ নিশা কোনো দুষ্টচক্ৰই পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে সংগঠনটোৱে । উল্লেখ্য যে, বিষাক্ত চুলাই সেৱন কৰি বৰহোলা অঞ্চলৰ ষাঠিৰ অধিক লোকৰ মৃত্যু হৈছিল । আনহাতে কেইবাজনো অবৈধ চুলাই ব্যৱসায়িক বৰহোলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে । ইপিনে এতিয়াও তিতাবৰ আৰু বৰহোলা অঞ্চলৰ কেইবাজনো লালীগুড় ব্যৱসায়িক গ্ৰেপ্তাৰ কৰাৰ দাবীত অঞ্চলটোৰ স্থানীয় ৰাইজৰ লগতে যুৱ ছাত্ৰ পৰিষদে দাবী উত্থাপন কৰি আহিছে যদিও আৰক্ষী আৰু আৱকাৰী বিভাগে কোনো ব্যৱস্থা নকৰাৰ ফলত এনেদৰে বহু লালীগুৰ উদ্ধাৰ হৈ আছে যোৰহাটৰ বিভিন্ন অঞ্চলত ৷
যোৰহাটত পুনৰ উদ্ধাৰ লালীগুড় - আৰক্ষী
আৰক্ষীৰ ভয়ত নিশা দুষ্টচক্ৰই পেলাই থৈ যোৱাৰ সন্দেহ উদ্ধাৰ হোৱা গুড়খিনি
যোৰহাট,14মাৰ্চ: যোৰহাটৰ অসম-নাগালেণ্ড সীমান্তত উদ্ধাৰ কৰা হৈছে নিষিদ্ধ লালীগুড় । বৃহস্পতিবাৰে বৰহোলা আঞ্চলিক যুৱ ছাত্ৰ পৰিষদে লালীগুড়খিনি উদ্ধাৰ কৰি বৰহোলা আৰক্ষীক চমজাই দিয়ে ৷ নিশা কোনো দুষ্টচক্ৰই পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে সংগঠনটোৱে । উল্লেখ্য যে, বিষাক্ত চুলাই সেৱন কৰি বৰহোলা অঞ্চলৰ ষাঠিৰ অধিক লোকৰ মৃত্যু হৈছিল । আনহাতে কেইবাজনো অবৈধ চুলাই ব্যৱসায়িক বৰহোলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে । ইপিনে এতিয়াও তিতাবৰ আৰু বৰহোলা অঞ্চলৰ কেইবাজনো লালীগুড় ব্যৱসায়িক গ্ৰেপ্তাৰ কৰাৰ দাবীত অঞ্চলটোৰ স্থানীয় ৰাইজৰ লগতে যুৱ ছাত্ৰ পৰিষদে দাবী উত্থাপন কৰি আহিছে যদিও আৰক্ষী আৰু আৱকাৰী বিভাগে কোনো ব্যৱস্থা নকৰাৰ ফলত এনেদৰে বহু লালীগুৰ উদ্ধাৰ হৈ আছে যোৰহাটৰ বিভিন্ন অঞ্চলত ৷
আকৌ উদ্ধাৰ লালী গুৰ।।আৰক্ষী ভয়ত পেলাই থৈ যায় গূৰ খিনি ।।
যোৰহাট জিলাৰ অসম নাগালেণ্ডৰ সীমান্ত উদ্ধাৰ কৰা হৈছে নিষিদ্ধ লালী গুৰ ।
বৰহোলা আঞ্চলিক যুৱ ছাত্ৰ পৰিষদ উদ্ধাৰ কৰি বৰহোলা আৰক্ষী চমজাই দিয়ে নিশা কোনো দুষ্টকাৰী পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে জাতীয় সংগঠন টোৱে।উল্লেখযোগ্য যে বিষাক্ত চুলাই সেৱন কৰি বৰহোলা অঞ্চলৰ ষাঠিৰ অধিক লোকৰ মৃত্যু হৈছিল।আনহাতে কেইবাজনো অবৈধ চুলাই ব্যৱসায়িক বৰহোলা আৰক্ষীয়ে গ্ৰপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল।আনহাতে তিতাবৰ আৰু বৰহোলা অঞ্চলৰ কেইবাজনঝ লালী গুৰ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰাৰ দাবীত অঞ্চলটোৰ স্থানীয় ৰাইজৰ লগতে যূৱ ছাত্র পৰিষদে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছিল যদিও আৰক্ষী আৰু আৱকাৰী বিভাগে কোনো ব্যৱস্থা নকৰাৰ ফলত এনেদৰে বহু লালী গুৰ উদ্ধাৰ হয়।