ETV Bharat / city

মাজুলীত ফেৰীৰ পৰা লুইতত পৰিল শ্ৰমিকঃ এতিয়াও নাই সন্ধান - এছডিআৰএফ দলৰ অভিযান

বৰলুইতত সন্ধানহীন শ্ৰমিক ৷ কিৰণ দাস এছ বি প্ৰিয়ানুজ -২ নামৰ ফেৰীখনৰ শ্ৰমিক আছিল লোকজন ৷

বৰলুইতত সন্ধানহীন ফেৰী শ্ৰমিক
author img

By

Published : Jun 4, 2019, 8:36 PM IST

  • মাজুলীত ফেৰীৰ পৰা বৰলুইতত পৰিল কিৰন দাস নামৰ এজন শ্ৰমিক
  • মাজুলীৰ অফলামুখ ফেৰীত সংঘটিত হ'ল এই ঘটনা
  • কিৰণ দাস এছ বি প্ৰিয়ানুজ -২ নামৰ ফেৰীখনৰ শ্ৰমিক আছিল লোকজন
  • এছডিআৰএফে অভিযান চলাই লাভ কৰা নাই শুংসূত্ৰ
  • কাইলৈ পুনৰ অভিযান আৰম্ভ কৰিব উদ্ধাৰকাৰী দলটোৱে
  • বহু দেৰিকৈ ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হোৱাৰ অভিযোগ

majuli big beaking

©বৰলুইতত ভয়ংকৰ ঘটনা

©ফেৰীৰ পৰা বৰলুইতত পৰিল কিৰন দাস নামৰধজন শিশু শ্ৰমিক

©মাজুলীৰ অফলামুখ ফেৰীত এই ঘটনা

©বিয়লি ২-৩০ ত নিমাতীলৈ গৈছিল ফেৰী খন

©উল্লেখ্য যে কিৰন দাস এছ বি  প্ৰিয়ানুজ -২ নামৰ ফেৰী খনৰ শিশু শ্ৰমিক অাছিল

©ঘটনাক লৈ উত্তেজনা অফলামুখ ঘাটত

©অব্যাহত অাছে এছ দি অাৰ এফ ৰ অভিযান

©এতিয়ালৈকে পোৱা নাই  সন্ধান।
 
সন্দিয়া হৈ অহাত আজিলৈ উদ্ধাৰ অভিযানৰ সমাপ্তি ঘটিছে।

কালিলৈ পুৱা পুনৰ আৰম্ভ হব উদ্ধাৰ অভিযান ।

অঘটন ঘটাৰ বহু সময় পলমকৈ উপস্থিত এছ দি আৰ এফ ৰ দল ।

বাইট 1 2 3 তিনিটা আছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.