ETV Bharat / city

মুক্তিৰ পূৰ্বে কাঞ্চনজংঘা দেখুৱাব লাগিব ব্ৰাহ্মণ সমাজক

সংগীতানুষ্ঠানত ব্ৰাহ্মণ সমাজৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি ব্ৰাহ্মণ সমাজৰ ৰোষত জুবিন গাৰ্গ। জুবিনে ৰাজহুৱাকৈ ক্ষমা বিচাৰিছে যদিও মানি লোৱা নাই অসম ব্ৰাহ্মণ সমাজে । ইতিমধ্যেই জনপ্ৰিয় কন্ঠশিল্পীগৰাকীৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত ৰুজু হৈছে ১২ টাতকৈও অধিক গোচৰ ৷

author img

By

Published : Aug 1, 2019, 5:33 PM IST

মুক্তিৰ পূৰ্বে কাঞ্চনজংঘা দেখুৱাব লাগিব ব্ৰাহ্মণ সমাজক

গুৱাহাটী, 1 আগষ্টঃ পুনৰ জুবিনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম ব্ৰাহ্মণ সমাজ । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি জুবিনক লিখিত ক্ষমা খোজাৰ দাবী জনাইছিল ব্ৰাহ্মণ সমাজে । কিন্তু যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱগৰাকীয়ে বৰ্তমানলৈ লিখিতভাৱে ক্ষমা নোখোজাত পুনৰ জুবিনৰ বিৰুদ্ধে সৰৱ হ'ল ব্ৰাহ্মণ সমাজ৷ কেৱল সেয়াই নহয় কাঞ্চনজংঘাৰ মুক্তিৰ পূৰ্বে ছবিখন ব্ৰাহ্মণ সমাজক দেখুৱাবলৈও দাবী উত্থাপন কৰে মহানগৰ জিলা শাখা ব্ৰাহ্মণ সমাজৰ সম্পাদক পৱিত্ৰ কুমাৰ শৰ্মাই । অন্যথা কাঞ্চনজংঘাৰ মুক্তিত বাধা আৰোপ কৰাৰ হুংকাৰ দিয়ে শৰ্মাই ।

ETV BHARAT ASSAM

তাৰোপৰি জুবিন গাৰ্গ আৰু ব্ৰাহ্মণ সমাজ একেলগে বহি এক আলোচনা মৰ্মে এই বিতৰ্কৰ অৱসান ঘটোৱাৰো পোষকতা কৰিছে ব্ৰাহ্মণ সমাজ গুৱাহাটী মহানগৰ জিলা শাখাই । উল্লেখযোগ্য যে এই বিতৰ্কৰ ইমানতেই অৱসান ঘটাৰ আশা প্ৰকাশ কৰিছে জুবিনৰ অনুৰাগীসকলে ।

Intro:সংগীতানুষ্ঠানত ব্ৰাহ্মণ সমাজৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি ব্ৰাহ্মণ সমাজৰ ৰোষত জুবিন গাৰ্গ। এই ঘটনাৰ পিছতেই ৰাজহুৱাকৈ জুবিনে ক্ষমা বিচাৰিছে যদিও মানি লোৱা নাই অসম ব্ৰাহ্মণ সমাজে। ইতিমধ্যেই জনপ্ৰিয় কন্ঠশিল্পীগৰাকীৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত ১২টাতকৈও অধিক গোচৰ ৰুজু হৈছে।

Body:যোৱা মংগলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি জুবিনক লিখিত ক্ষমা খোজাৰ দাবী জনাইছিল ব্ৰাহ্মণ সমাজে। কিন্তু যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱগৰাকীয়ে বৰ্তমানলৈ লিখিত ক্ষমা নোখোজাত পুণৰ জুবিনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম ব্ৰাহ্মণ সমাজ। ইফালে কাঞ্চনজংঘাৰ মুক্তিৰ পূৰ্বে ছবিখন ব্ৰাহ্মণ সমাজক দেখুৱাবলৈ দাবী উত্থাপন কৰে মহানগৰ জিলা শাখা ব্ৰাহ্মণ সমাজৰ সম্পাদক পৱিত্ৰ কুমাৰ শৰ্মাই। অন্যথা কাঞ্চনজংঘাৰ মুক্তিত বাধা আৰোপ কৰাৰ হুংকাৰ দিয়ে শৰ্মাই। তাৰোপৰি জুবিন গাৰ্গ আৰু ব্ৰাহ্মণ সমাজ একেলগে বহি এক আলোচনা মৰ্মে এই বিতৰ্কৰ অৱসান ঘটোৱাৰো পোষকতা কৰিছে ব্ৰাহ্মণ সমাজ গুৱাহাটী মহানগৰ জিলা শাখাই। উল্লেখযোগ্য যে এই বিতৰ্কৰ ইমানেই অৱসান ঘটাৰ আশা প্ৰকাশকৰিছে জুবিন অনুৰাগীসকলে।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.