ETV Bharat / city

গুৱাহাটী বিমানবন্দৰত বিশ্ব পৰিৱেশ দিৱস উদযাপন

author img

By

Published : Jun 5, 2020, 4:44 PM IST

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস ৷ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিমানবন্দৰৰ চৌহদত উপস্থিত হৈ জিলা পৰিবহন বিষয়া গৌতম দাসে বিতৰণ কৰিলে গছপুলি ৷

গুৱাহাটী বিমানবন্দৰত বিশ্ব পৰিৱেশ দিৱস উদযাপন
গুৱাহাটী বিমানবন্দৰত বিশ্ব পৰিৱেশ দিৱস উদযাপন

আজাৰা, 5 জুন : গুৱাহাটীৰ বৰঝাৰস্থিত বিমানবন্দৰত উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস । এই উপলক্ষে বিমানবন্দৰ চৌহদত গছপুলি বিতৰণ কৰে জিলা পৰিবহন বিষয়া গৌতম দাসে ৷ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ চৌহদত কামৰূপ জিলা পৰিবহন বিভাগৰ উদ্যোগত গছ পুলি বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

বিশ্ব পৰিৱেশ দিৱসত পৰিৱহন বিভাগৰ বিশেষ পদক্ষেপ

কামৰূপ জিলাৰ পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত কাৰ্যসূচীত উপস্থিত লোকসকলৰ মাজত ফল-মূলকে ধৰি মূল্যবান গছ পুলি উপহাৰ দিয়া হয় । চিকুনী অসম,সেউজ অসমৰ শ্ল'গানেৰে প্ৰদূষণ মুক্ত সেউজ অসম গঢ় দিয়াৰ বাবে সকলোকে আহ্বান জনায় গৌতম দাসে । বিমানবন্দৰৰ চৌহদতে সাংবাদিকসকলকো মাস্ক-ছেনিটাইজাৰ আৰু গছপুলি বিতৰণ কৰি এখন সেউজ আৰু প্ৰদুষণ মুক্ত অসম গঢ়াৰ বাবে আহ্বান জনাই জিলা পৰিবহন বিষয়াগৰাকীয়ে ৷

লগতে পঢ়কঃ জৈৱ বৈচিত্ৰ ৰক্ষাৰ বাবে প্ৰতিজ্ঞাবৱ্ধ হ'বলৈ আহ্বান মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.