Assam Rajya Sabha election result 2022 : দুয়োখন আসনতে জয়লাভ বিজেপি মিত্ৰজোঁটৰ
বৃহস্পতিবাৰে মাজনিশা ঘোষণা কৰা হয় ৰাজ্যসভাৰ নিৰ্বাচনৰ ফলাফল 2020 (Assam Rajya Sabha Election Results 2022) । ৰাজ্যসভাৰ দুয়োখন আসনতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা আৰু শাসকীয় পক্ষৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে জয়লাভ কৰে ।
ৰাজ্যসভা নিৰ্বাচনতো বিধস্ত: অসমৰ পৰা নাথাকিল কোনো কংগ্ৰেছ সাংসদ
ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল ৷ দুখন আসনৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত জয়লাভ কৰে বিজেপি আৰু মিত্ৰদল ইউ পি পি এলৰ প্ৰাৰ্থী দুগৰাকীয়ে ৷ বিগত কেইবাটাও দশকৰ পিছত এইবাৰ ৰাজ্যসভাত অসমৰ পৰা নাথাকিব কোনো কংগ্ৰেছ প্ৰতিনিধি (Congress fiasco in Rajya Sabha election of Assam) ।
ৰাজ্যসভাৰ ভোট: নিশা এপৰলৈকে স্থগিত ভোটগণনা
পুৱাৰে পৰা ৰাজ্যসভাৰ দুখন আসনৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও বিৰোধী দল কংগ্ৰেছে ভোটৰ প্ৰক্ৰিয়াত কেতবোৰ আসোৱাহ ৰৈ যোৱাৰ অভিযোগ তোলাৰ পৰিপ্ৰেক্ষিতত নিশা এপৰলৈকে ভোটগণনা হোৱা নাই (Rajyasabha election counting) । সবিশেষ জানো আহক ৷
Rajya Sabha Election 2022: ছিদ্দিক আহমেদক কংগ্ৰেছৰ পৰা নিলম্বন
কৰিমগঞ্জ (দক্ষিণ) সমষ্টিৰ কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদক তাৎক্ষণিকভাৱে কাৰ্যকৰী হােৱাকৈ দলৰ প্রাথমিক সদস্যৰ পৰা নিলম্বন (Congress Expelled Siddique Ahmed) । ছিদ্দিক আহমেদে ৰাজ্যসভাৰ নিৰ্বাচনত দলটোৰ বিৰুদ্ধে ভোটদান কৰাৰ অভিযোগ ৷ প্ৰদেশ কংগ্ৰেছৰ প্ৰাথমিক সদস্যৰ পৰাও নিলম্বন ছিদ্দিক আহমেদ(Siddique Ahmed has been suspended from party primary membership) ।
ত্ৰিপুৰাৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনো এতিয়া বিজেপিৰ দখলত
ত্ৰিপুৰাৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনত জয়লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ড৹ মানিক সাহাই (BJP won lone seat of Rajya Sabha in Tripura) ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ড৹ সাহাই চিপিআই (এম)ৰ প্ৰাৰ্থী ভানু লাল সাহাক ২৫ টা ভোটৰ ব্যৱধানত পৰাজিত কৰে ।
কৰিমগঞ্জত সতীৰ্থই জ্বলালে ছিদ্দিক আহমেদৰ প্ৰতিকৃতি
কৰিমগঞ্জত কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ (Congress workers protest against Siddique ahmed)। ইন্দিৰা ভৱনৰ সম্মুখত কংগ্ৰেছ কৰ্মীয়ে জ্বলালে ছিদ্দিক আহমেদৰ প্ৰতিকৃতি (Siddique ahmed's effigy burned in Karimganj) । ছিদ্দিক আহমেদক গাড্ডাৰ বুলি অভিহিত কৰিলে কংগ্ৰেছ কৰ্মী সকলে ।
AFSPA মুক্ত হ’ল অসমৰ ৬০ শতাংশ অঞ্চল
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন । সাহসী আৰু ঐতিহাসিক পদক্ষেপৰ বাবে প্ৰধানমন্ত্রী আৰু গৃহমন্ত্রীক ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰীৰ । অসমক বিকাশৰ গতিত আৰু অধিক আগুৱাই যোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমক অশান্ত অঞ্চলৰ পৰা মুক্ত কৰিলে (Govt removes AFSPA from 60% areas of Assam) । অসমৰ ৯ খন জিলা আৰু এটা মহকুমাকত অব্যাহত থাকিব সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন ।
সাত বছৰৰ আগেয়ে মহিলাৰ গালত চুমা দি এতিয়া বিপদত এজন...
7 বছৰ আগেয়ে এগৰাকী মহিলাৰ গালত চুমা দি এতিয়া আদালতৰ শাস্তি লাভ কৰিছে এজন লোকে (Expensive to kiss the cheek) ৷ ৰেল যাত্ৰাৰ সময়ত মহিলাৰ গালত চুমা দিয়া লোকজনৰ কি বিলৈ হ’ল জানো আহক ৷
Lucky ali retirement from music: সংগীতৰ পৰা অৱসৰ গায়ক লাকী আলিৰ
অলপতে হোৱা এটা সাক্ষাৎকাৰত লাকী আলিয়ে সংগীত ক্ষেত্ৰৰ পৰা বিদায় লোৱাৰ কথা ঘোষণা কৰে (lucky ali retirement from music) ৷ তেওঁ জনায় যে, লকডাউনে তেওঁক এই সিদ্ধান্তটো লোৱাত সহায় কৰিলে ৷
Vicky Katrina holiday:বিকী-কেটৰিণাৰ নিবিড় মূহুৰ্তৰ ফটো
বিকী কৌশল আৰু কেটৰিণা কাইফে উদযাপন কৰিছে বন্ধৰ দিন ৷ দুয়োয়ে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিছে তেওঁলোকৰ অন্তৰংগ মূহুৰ্তৰ ফটো (Vicky Katrina holiday) ৷