কামাখ্যা মন্দিৰৰ বাবে মাটি দিছিল ঔৰংজেৱে : আমিনুল ইছলাম
ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ কৈছিল বাবৰ অহাৰ আগলৈকে দেশত সকলো হিন্দু আছিল(Before Babar there was hindu says Himanta) ৷ এই সন্দৰ্ভত এতিয়া বিস্ফোৰক মন্তব্য কৰিছে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ৷ কামাখ্যা মন্দিৰৰ বাবে ঔৰংজেৱে মাটি দিছিল বুলি কিয় ক’লে ইছলামে সবিশেষ জানো আহক ৷
Tension grips Nagaland : প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই সদৰি কৰিলে হতাহতৰ তথ্য
নাগালেণ্ডৰ গুলিয়াগুলীৰ ঘটনাত (Security forces firing in Nagalnad) হতাহতৰ তথ্য ইটিভি ভাৰতৰ আগত সদৰি কৰিলে কহিমাৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ (Kohima's defence spokesperson) কৰ্ণেল সুমিত শৰ্মাই ৷ শনিবাৰে নিশা নিৰাপ্তাৰক্ষীৰ আক্ৰমণত নিহত হৈছে 6 জনকৈ যুৱক ৷
Nagaon police firing : আনন্দ মিশ্ৰ বাহিনীৰ গুলীত আহত ড্ৰাগছ মাফিয়া
নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বাহিনীৰ গুলীত পুনৰ আহত এটা ড্ৰাগছ মাফিয়া(Drugs mafia injured in police firing) ৷ CRPF সৈতে চলোৱা এক যৌথ অভিযানৰ সময়তে ড্ৰাগছ মাফিয়াই চোকা অস্ত্ৰৰে আৰক্ষীৰ জোৱানক আক্ৰমণৰ চেষ্টা কৰে ৷ যাৰবাবে গুলী চলাবলৈ বাধ্য নগাঁও আৰক্ষীয়ে(Nagaon police firing) ৷
পৌৰসভা নিৰ্বাচনত অগপৰে মিত্ৰতা নকৰে বৰপেটা জিলা বিজেপিয়ে !
বৰপেটা পৌৰসভাৰ নিৰ্বাচনত সুকীয়াকৈ প্ৰাৰ্থী দিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে বৰপেটা জিলা বিজেপিয়ে(BJP will not ally with AGP in municipal elections) ৷ বৰপেটা জিলাৰ বিজেপিৰ প্ৰভাৰী জয়ন্ত কুমাৰ দাসে কয়, এইবাৰ পৌৰ সভা নিৰ্বাচনত বিজেপিয়ে মিত্ৰতা নকৰাকৈয়ে প্ৰাৰ্থী দিয়াটো বিচাৰিছে ৰাইজে ৷
মৌলবাদী সংগঠনৰে কি সম্পর্ক নিলম্বিত ডিআইজি ৰৌণক আলী হাজৰিকাৰ ?
মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে আদালতত দাখিল কৰা অভিযোগনামাৰ পৃষ্ঠাই পৃষ্ঠাই ভয়ংকৰ তথ্য(Chargesheet against Rounak Ali Hazarika) । ২০১১ চনৰ পৰা ২০২০ চনলৈ মুঠ ১১ বাৰ বিদেশ ভ্রমণ কৰা ৰৌণক আলী হাজৰিকাই এবাৰহে বিদেশ ভ্রমণৰ বাবে অনুমতি লৈছিল ।
সমন্বয় সমিতিৰে পৰিষদীয় এলেকাত ভেটি শক্তিশালী কৰা নীতি প্ৰদেশ কংগ্ৰেছৰ
খহনীয়া সৃষ্টি হোৱা কংগ্ৰেছ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবৰ বাবে নতুন কৌশল অৱলম্বন কৰিছে অসম প্ৰদেশ কংগ্ৰেছে ৷ মিচিং, তিৱা আৰু ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ সমন্বয় সমিতি গঠন কৰাৰ পাছত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ সমন্বয় সমিতি(Coordination committee of Sonowal Kachari Autonomous Council) গঠনৰ সন্দৰ্ভত আলোচনা প্ৰদেশ কংগ্ৰেছৰ ৷
Literary Pension announced: শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিলে সাহিত্যিক পেঞ্চনাৰৰ তালিকা
ধেমাজি জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত দেওবাৰে অনুষ্ঠিত এক সংবাদমেলত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে 2021 বৰ্ষৰ সাহিত্যিক পেঞ্চন ঘোষণা কৰে (Education minister announces Literary Pension in Dhemaji) ৷
Tension grips Nagaland : নিৰাপত্তাৰক্ষীৰ গুলীত নিহত 13 জনকৈ নগা যুৱক
নাগালেণ্ডত শনিবাৰে মাজনিশা উত্তপ্ত পৰিস্থিতি(Tension grips Nagaland) । নিৰাপত্তাৰক্ষীৰ গুলীচালনা(Security forces firing in Nagalnad) ত নিহত হয় 13 জনকৈ নগা যুৱক(13 civilians dead in firing incident in Nagaland) ৷ ঘটনাৰ প্ৰতিবাদস্বৰূপে গাঁওবাসীয়ে জ্বলাই দিয়ে নিৰাপত্তাৰক্ষীৰ বাহন ৷
Tension grips Nagaland : প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই সদৰি কৰিলে হতাহতৰ তথ্য
দেওবাৰে ৰাজধানী দিল্লীত এজন লোকৰ দেহত ধৰা পৰিছে কৰ’ণাৰ নতুন প্ৰকাৰ অ’মিক্ৰণৰ উপস্থিতি (First omicron case detected in Delhi) ৷ টানজানিয়াৰ পৰা ভাৰতলৈ আহিছিল ব্যক্তিগৰাকী ৷
Vicky Katrina Wedding : বিয়ালৈ নিমন্ত্ৰণ দিয়া নাই প্ৰাক্তন প্ৰেমিকক
বিকী কৌশল(Vicky Kaushal) আৰু কেটৰিণা কাঈফে(Katrina Kaif) বিয়ালৈ দুয়োৰে প্ৰাক্তন প্ৰেমিক-প্ৰেমিকাক নিমন্ত্ৰণ নিদিয়া বুলি জানিব পৰা গৈছে । কেটৰিণাই ৰণবীৰ কাপুৰ(Ranbir Kapoor) আৰু চলমান খান(Salman Khan)ক নিমন্ত্ৰণ নিদিয়াৰ লগতে বিকীয়েও প্ৰাক্তন প্ৰেয়সী হৰলীন ছেট্টী(Hareleen Sethi)ক বিবাহৰ বাবে নিমন্ত্ৰণ দিয়া নাই(Vicky-Katrina not inviting their ex-flames) ৷