ETV Bharat / city

আধ্যাত্মিকতাত বিলীন তেতেলীয়াৰ দুৰ্গোৎসৱ

author img

By

Published : Oct 7, 2019, 1:02 PM IST

প্লাষ্টিক বৰ্জনেৰে পূজা পালন ৷ দেৱীৰ বন্দনাৰ উপৰিও নাম-কীৰ্তনৰে উখল-মাখল পৰিৱেশ ৷

তেতেলীয়া সাৰ্বজনীন শ্ৰী শ্ৰী দূৰ্গা সমিতিৰ সুদৃশ্য দেৱী প্ৰতিমা

গুৱাহাটী, 7 অক্টোবৰঃ পৰম্পৰা আৰু সম্পূৰ্ণ আধ্যাত্মিকতাৰে গুৱাহাটী মহানগৰীৰ বৃহত্তৰ তেতেলীয়া সাৰ্বজনীন শ্ৰী শ্ৰী দূৰ্গা সমিতিয়ে আয়োজন কৰিছে ব্যতিক্ৰমী পূজা । জাকজমকতাৰ পৰিৱৰ্তে কেৱল আধ্যাত্মিকতাক গুৰুত্ব দিছে এই আয়োজক সমিতিয়ে। দেৱীৰ বন্দনাৰ উপৰিও নাম-কীৰ্তনৰে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে এই পূজাস্থলী ।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক প্লাষ্টিক বৰ্জনৰ যি আহ্বান জনাইছিল, তাৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণভাৱে প্লাষ্টিক,পলিথিনৰ লগতে ডিচপজেল গিলাছ, থাল আদি বৰ্জন কৰিছে পূজা কমিটিয়ে । ইয়াৰ পৰিৱৰ্তে কলৰ ডোনা আৰু কাগজৰ গ্লাছ আদি ব্যৱহাৰ কৰা হৈছে পূজাস্থলীত।

মুঠৰ ওপৰত জাকজমকতা সম্পূৰ্ণৰূপে পৰিহাৰ কৰি আধ্যাত্মিকতাৰ দিশটোক বিশেষ গুৰুত্ব দিছে তেতেলীয়া সাৰ্বজনীন দুৰ্গা পূজা কমিটিয়ে ৷

তেতেলীয়াত ব্যতিক্ৰমী দুৰ্গোৎসৱ

Intro:গুৱাহাটী মহানগৰীৰ বৃহত্তৰ তেতেলীয়া সাৰ্বজনীন শ্ৰী শ্ৰী দূৰ্গা সমিতিৰ ব্যতিক্ৰমী পূজা।পৰম্পৰা আৰু সম্পূৰ্ণ আধ্যাত্মিকতাৰে আয়োজন কৰা হৈছে দুৰ্গোৎসৱ। জাকজমকতা পৰিৱৰ্তে কেৱল আধ্যাত্মিকতাক গুৰুত্ব দিছে আয়োজক সমিতিয়ে। মাৰ বন্দনাৰ উপৰিও নাম-কীৰ্তনৰে উখল-মাখল পৰিৱেশ পূজাস্থলী। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক প্লাষ্টিক বৰ্জনৰ যি আহ্বান জনাইছিল তাৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণভাৱে প্লাষ্টিক,পলিথিনৰ লগতে ডিচপজেল গিলাছ, থাল, বাতি পৰ্যন্ত বৰ্জন কৰিছে পূজা কমিটিয়ে। ইয়াৰ পৰিবৰ্তে কলৰ ডোনা আৰু কাগজৰ গ্লাছ আদি ব্যৱহাৰ কৰিছে পূজাস্থলীত। মুঠৰ ওপৰত জাকজমকতা সম্পূৰ্ণৰূপে পৰিহাৰ কৰি আধ্যাত্মিকতাৰ দিশটোক বিশেষ গুৰুত্ব দিছে তেতেলীয়া সাৰ্বজনীন দুৰ্গা পূজা কমিটিয়ে।Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.