ETV Bharat / city

অসমৰ চাৰিগৰাকী লেখকলৈ সাহিত্য অকাডেমীৰ যুৱ আৰু শিশু সাহিত্য বঁটা

author img

By

Published : Aug 24, 2022, 5:16 PM IST

ঘোষণা হ’ল 2022 বৰ্ষৰ সাহিত্য অকাডেমী যুৱ আৰু শিশু সাহিত্য বঁটা (Sahitya academi yuva and bal puraskar 2022) ৷ সাংবাদিক তথা সাহিত্যক দিগন্ত ওজালৈ সাহিত্য অকাডেমীৰ অসমীয়া ভাষাৰ শিশু সাহিত্য বঁটা (Sahitya academi Bal puraskar 2022) ৷

sahitya academi yuva and bal puraskar announced

গুৱাহাটী, 24 আগষ্ট: 2022 বৰ্ষৰ সাহিত্য অকাডেমী যুৱ আৰু শিশু সাহিত্য পুৰস্কাৰ বিজয়ীৰ নাম ঘোষণা (Sahitya Academi Puraskar 2022) । সাহিত্য অকাডেমীৰ অসমীয়া ভাষাৰ যুৱ বঁটা লাভ কৰিছে প্ৰদ্যুম্ন কুমাৰ গগৈয়ে । ‘‘চকী আৰু অন্যান্য গল্প’’ গ্ৰন্থৰ বাবে এই স্বীকৃতি লাভ কৰে (Sahitya Academi Yuva puraskar for Assamese)।

2022 বৰ্ষৰ সাহিত্য অকাডেমী যুৱ আৰু শিশু সাহিত্য বঁটা ঘোষণা

আনহাতে আলংবাৰ মুছাহাৰীলৈও (Alangbar Muchahary) বড়ো ভাষাৰ সাহিত্য অকাডেমীৰ যুৱ বঁটা (Sahitya Academi Yuva puraskar for Bodo)।

‘‘গেং ফুজানাই মাছে দাউ’’ (Gang fujanay mase dau)নামৰ গ্ৰন্থখনৰ বাবে তেওঁ এই বঁটা লাভ কৰিছে ।

ডাঙৰ মানুহৰ সাধু

আনহাতে সংবাদিক তথা সাহিত্যক দিগন্ত ওজালৈ সাহিত্য অকাডেমীৰ অসমীয়া ভাষাৰ শিশু সাহিত্য বঁটা আগবঢ়োৱা হৈছে (Sahitya Academi Bal puraskar to Diganta Oza)। ‘‘ডাঙৰ মানুহৰ সাধু’’ নামৰ গ্ৰন্থখনৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে ওজালৈ (Sahitya Academi Bal puraskar for Assamese) ।

চকী আৰু অন্যান্য গল্প

ইয়াৰ লগতে বড়ো ভাষাৰ শিশু সাহিত্য বঁটা লাভ কৰিছে দেওবৰ ৰামছিয়াৰীয়ে (Sahitya Academi Bal puraskar to Dewbar Ramchiary) । ‘‘লাংৱনানি বোখালি গোথো’’ (Langwnani bokhali gotho) নামৰ গ্ৰন্থ খনৰ বাবে লাভ কৰিছে এই বঁটা (Sahitya Academi Bal puraskar for Boro)।

লগতে পঢ়ক : এসময়ত তেজ বিক্ৰী কৰি সুৰাপান কৰা চানী এতিয়া প্ৰতিষ্ঠিত ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.