ETV Bharat / city

কংগ্ৰেছক প্ৰত্যাহ্বান ৰূপম গোস্বামীৰ

এইবাৰ কংগ্ৰেছ দলক প্ৰত্যাহ্বান জনাইছে বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ ৰূপম গোস্বামীয়ে । কয়লা কেলেংকাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যালয় জড়িত থকাৰ অভিযোগ মিছা বুলি দাবী কৰে মুখপাত্ৰগৰাকীয়ে । উল্লেখ্য যে, শনিবাৰে কয়লা কেলেংকাৰীত মুখ্যমন্ত্ৰীৰ কাৰ্যালয় জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছৰ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্য্যই ।

author img

By

Published : Apr 28, 2019, 4:42 PM IST

Updated : Apr 28, 2019, 4:56 PM IST

RUPAM GOSWAMI CHALLENGED CONGRESS

গুৱাহাটী, ২৮ এপ্ৰিল: বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ ৰূপম গোস্বামীয়ে এইবাৰ প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছ দলক । কয়লা কেলেংকাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যালয় জড়িত থকাৰ অভিযোগ মিছা বুলি দাবী কৰে মুখপাত্ৰগৰাকীয়ে । কংগ্ৰেছে মিছাৰ সহায় লৈ মুখ্যমন্ত্ৰীৰ নিকা ভাৱমূৰ্তি বিনষ্ট কৰাৰ প্ৰচেষ্টা চলাইছে বুলি জনাই তেওঁ । তেওঁ লগতে কয় যে, কেলেংকাৰীত জড়িত থকাৰ প্ৰমাণ আছে যদি তথ্য সহকাৰে দেখাওক কংগ্ৰেছে ।

RUPAM GOSWAMI CHALLENGED CONGRESS

উল্লেখ্য যে, শনিবাৰে কয়লা কেলেংকাৰীত মুখ্যমন্ত্ৰীৰ কাৰ্যালয় জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছৰ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্য্যই ।

Intro:বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ ৰূপম গোস্বামীৰ কংগ্ৰেছক প্ৰত্যহ্বান । কয়লা কেলেংকাৰীত মুখ্যমন্ত্ৰী কাৰ্যালয় জড়িত থকাৰ অভিযোগ মিছা । কংগ্ৰেছে মিঠাছাৰ সহায় লৈছে মুখ্যমন্ত্ৰীৰ নিকা ভাৱমূৰ্তি বিনষ্ট কৰাৰ বাবে । যদি প্ৰমাণ আছে তথ্য সহকাৰে কওক কংগ্ৰেছে । মুখ্যমন্ত্ৰীক মিছা অপবাদ দিয়া কংগ্রেছক ৰাইজে প্ৰত্যুত্তৰ দিব । শনিবাৰে কয়লা কেলেংকাৰীত মুখ্যমন্ত্ৰী কাৰ্যালয় জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছৰ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্যয়ে ।

Body:বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ ৰূপম গোস্বামীৰ কংগ্ৰেছক প্ৰত্যহ্বান । কয়লা কেলেংকাৰীত মুখ্যমন্ত্ৰী কাৰ্যালয় জড়িত থকাৰ অভিযোগ মিছা । কংগ্ৰেছে মিঠাছাৰ সহায় লৈছে মুখ্যমন্ত্ৰীৰ নিকা ভাৱমূৰ্তি বিনষ্ট কৰাৰ বাবে । যদি প্ৰমাণ আছে তথ্য সহকাৰে কওক কংগ্ৰেছে । মুখ্যমন্ত্ৰীক মিছা অপবাদ দিয়া কংগ্রেছক ৰাইজে প্ৰত্যুত্তৰ দিব । শনিবাৰে কয়লা কেলেংকাৰীত মুখ্যমন্ত্ৰী কাৰ্যালয় জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছৰ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্যয়ে ।

Conclusion:
Last Updated : Apr 28, 2019, 4:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.