ETV Bharat / city

দিছপুৰ জনতাভৱনৰ সন্মুখত প্ৰতিবাদী কণ্ঠক ৰোধিবলৈ আৰক্ষীৰ কুচকাৱাজ

প্ৰতিবাদী কণ্ঠক ৰোধিবলৈ জনতাভৱনৰ সন্মুখত শ শ আৰক্ষী মোতায়েন

জনতাভৱনৰ সন্মুখত আৰক্ষীৰ কোচকাৱাজ
author img

By

Published : Feb 9, 2019, 7:39 PM IST

গুৱাহাটী, ৯ ফেব্ৰুৱাৰী: মোদীৰ অসম আগমনৰ দিনাই ৰাজ্যজুৰি প্ৰতিবাদ । ৰাজ্যখনৰ বহু ঠাইত আছুৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত মোদীৰ পুত্তলিকা দাহ কৰি সৰৱ হৈ পৰা দেখা গ'ল ।

জনতাভৱনৰ সন্মুখত আৰক্ষীৰ যুদ্ধ কালিন প্ৰস্তুতি
undefined

ইপিনে মহানগৰীতো বিভিন্ন ঠাইত প্রতিমূৰ্তি দাহ কৰি সংগঠনটোৰ সদস্যসকলে চৰকাৰ বিৰোধী শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে । এই প্ৰতিবাদকাৰী সকলক বাধা প্ৰদানৰ বাবে জনতা ভৱনৰ সন্মুখত আৰক্ষীৰ যুদ্ধ কালীন প্ৰস্তুতি । শ শ আৰক্ষী মোতায়েন কৰি দিছপুৰ জনতা ভৱনৰ সন্মুখত বাধা প্ৰদানৰ চেষ্টা মহানগৰ আৰক্ষীৰ ।

Intro:জনতাভৱনৰ সন্মুখত আৰক্ষীৰ যুদ্ধ কালিন প্ৰস্তুতি । শ শ আৰক্ষী মুতায়ন কৰা হৈছে দিছ্পুৰ জনতাভৱনৰ সন্মুখত । প্ৰতিবাদকাৰীক ৰোধিবৰ বাবে এই প্ৰস্তুতি মহানগৰ আৰক্ষীৰ ।

Body:জনতাভৱনৰ সন্মুখত আৰক্ষীৰ যুদ্ধ কালিন প্ৰস্তুতি । শ শ আৰক্ষী মুতায়ন কৰা হৈছে দিছ্পুৰ জনতাভৱনৰ সন্মুখত । প্ৰতিবাদকাৰীক ৰোধিবৰ বাবে এই প্ৰস্তুতি মহানগৰ আৰক্ষীৰ ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.