ETV Bharat / city

গুৱাহাটীৰ এটা নতুন সংযোগী পথৰ মুকলি - সংযোগী পথ

মাটিৰ তলেৰে সংযোগ উচ্চ ন্যায়ালয়ৰ পুৰণি আৰু নতুন বিল্ডিঙক

গুৱাহাটীৰ এটা নতুন সংযোগী পথৰ মুকলি
author img

By

Published : Mar 12, 2019, 11:39 PM IST

গুৱাহাটী, 12 মাৰ্চ : মঙলবাৰে মুকলি কৰা হয় গুৱাহাটীৰ এটা নতুন সংযোগী পথ । গুৱাহাটীৰ নতুন উচ্চ ন্যায়ালয়ৰ বিল্ডিংৰ পৰা পুৰণি উচ্চ ন্যায়ালয়ৰ বিল্ডিং সংযোগী এই পথটোৰ উদ্বোধন কৰে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এ এছ বনাপ্পাই৷ মাটিৰ তলেৰে উচ্চ ন্যায়ালয়ৰ পুৰণি আৰু নতুন বিল্ডিঙক সংযোগ কৰা এই পথকেৱল অধিবক্তাসকলৰ বাবে মুকলি কৰা হৈছে ৷

Intro:আজি মুকলি কৰা হয় গুৱাহাটীৰ এটা নতুন সংযোগী পথ। কিন্তু সৰ্ব সাধাৰণ মানুহৰ বাবে নহয় এই পথ। এই সংযোগী পথটো গুৱাহাটীৰ নতুন উচ্চ ন্যায়ালয়ৰ বিল্ডিংৰ পৰা পুৰণি উচ্চ ন্যায়ালয়ৰ বিল্ডিংলৈ । এই নতুন সংযোগী পথৰ উদ্বোধন কৰে chief justice A.S. Bopanna ই

Body:এই পথটো লতাশিল পথৰ তলেদি উলিওৱা হৈছে। মাটিৰ তলেৰে পুৰণি আৰু নতুন বিল্ডিঙক সংযোগ কৰা পথেদি কেৱল উকীল সকলকৰ বাবে মুকলি কৰা হৈছে ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.