ETV Bharat / city

গৃহস্থৰ বাথৰূমত নাহৰফুটুকী

author img

By

Published : Jun 27, 2020, 10:35 PM IST

পাঞ্জাবাৰীৰ বাঘৰবাৰীৰ এগৰাকী লোকৰ বাথৰূমত সোমায় এটা প্ৰকাণ্ড নাহৰফুটুকী ৷ ইতিমধ্যে বনবিভাগ আৰু আৰক্ষী উপস্থিত হৈ বাঘটোক ট্ৰেংকুলাৰাইজ কৰিবলৈ সক্ষম হৈছে ৷

One Leopered Recovered At Guwahati Panjabari
পাঞ্জাবাৰীত বাঘৰ মুক্ত বিচৰণকলৈ হাহাকাৰ পৰিস্থিতি

গুৱাহাটী, 27 জুনঃ গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীত বাঘৰ আতংক ৷ বাঘৰবাৰীৰ আছিফ হুছেইন নামৰ এগৰাকী লোকৰ বাথৰূমত সোমাইছিল এটা প্ৰকাণ্ড নাহৰফুটুকী ৷

শনিবাৰে মহানগৰীৰ বাঘৰবাৰীৰ আছিফ হুছেইন নামৰ এগৰাকী লোকৰ বাথৰূমত এটা প্ৰকাণ্ড নাহৰফুটুকী সোমাই থকা প্ৰত্যক্ষ কৰে ৷ ততালিকে গৃহস্থ তথা স্থানীয় লোকে বনবিভাগক বাঘটোৰ সন্দৰ্ভত অৱগত কৰে ৷ উক্ত খবৰৰ ভিত্তিত ঘটনাস্থলীত বনবিভাগৰ লোক আৰু সাতগাঁও আৰক্ষী উপস্থিত হয় । প্ৰায় তিনি ঘন্টা ধৰি চলা তৎপৰতাৰ অন্তত সুকলমে নাহৰ ফুটুকীটোক ট্ৰেংকুলাৰাইজ কৰিবলৈ সক্ষম হয় বন বিভাগে ৷ ইতিমধ্যে বন বিভাগৰ লোকে নাহৰফুটুকীটো অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক- ভূমিস্খলন প্ৰবন স্থানৰ পৰা মহানগৰবাসীক স্থানান্তৰ কৰাৰ নিৰ্দেশ ৰাজ্য় চৰকাৰৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.