ETV Bharat / city

মহানগৰীত চোৰৰ তাণ্ডৱ - চোৰ

গুৱাহাটী মহানগৰীত চোৰৰ তাণ্ডৱ । গুদামত সোমাই চুৰি কৰা সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল চিচি কেমেৰাত ।

মহানগৰীত চোৰৰ তাণ্ডৱ
author img

By

Published : Jul 21, 2019, 8:36 PM IST

গুৱাহাটী,২১জুলাই : শনিবাৰে নিশা গুৱাহাটীৰ ফাঁচী বজাৰৰ টি আৰ ফুকন ৰোডত মেচাৰ্চ গংগা এণ্ড চঞ্চ নামৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ গুদামত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা । এখন পালছৰ বাইকত অহা তিনিজন চোৰে গুদামটোৰ প্ৰৱেশদ্বাৰৰ তলা ভাঙি লুটপাত কৰাৰ চেষ্টা কৰে । তিনি চোৰে প্ৰথমে আহি ভাঙি দিয়ে গুদামৰ লাইট। তাৰ পাছতেই গুদামৰ ভিতৰত প্ৰৱেশ কৰে যদিও কোনো সামগ্ৰী নিবলৈ সক্ষম নহয় চোৰৰ দলটোৱে ।

মহানগৰীত চোৰৰ তাণ্ডৱ

ইফালে চোৰে লুটপাতৰ চেষ্টা চলোৱাৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল চিচি টিভি কেমেৰাত। গুদামৰ মালিকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দুৰ্বৃত্তৰ সন্ধানত আৰম্ভ কৰিছে অভিযান ।

Intro:চোৰৰ লুটপাতৰ সমগ্ৰ দৃশ্য বন্দী চিচি টিভি কেমেৰাত

Body:মাজনিশা গুৱাহাটীৰ ফাঁচী বজাৰৰ টি আৰ ফুকন ৰোডত মেচাৰ্চ গংগা এণ্ড চঞ্চ নামৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ গুদামত চাঞ্চল্যকৰ ঘটনা। শনিবাৰ মাজ নিশা এখন পালছৰ বাইকত অহা তিনি চোৰে গুদামটোৰ গ্ৰীল আৰু প্ৰৱেশদ্বাৰৰ তলা ভাঙি লুটপাত কৰাৰ চেষ্টা কৰে। তিনি চোৰে প্ৰথমে আহি ভাঙি দিয়ে গুদামৰ লাইট। তাৰ পাছতেই গুদামৰ ভিতৰত প্ৰৱেশ কৰে যদিও কোনো সামগ্ৰী নিবলৈ সক্ষম নহয় দুৰ্বৃত্তৰ দলটোৱে।

Byte

Conclusion:ইফালে চোৰে লুটপাতৰ চেষ্টা চলোৱাৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল চিচি টিভি কেমেৰাত। গুদামৰ মালিকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দুৰ্বৃত্তৰ সন্ধানত আৰম্ভ কৰিছে অভিযান। কিন্তু ফা‌চীবজাৰ আৰক্ষী চকীৰ কিছু নিলগতে ‌সংঘটিত এই ঘটনাই পুণৰ প‌উদঙালে স্মাৰ্ট মহানগৰ আৰক্ষীৰ নিৰাপত্তাৰ নামৰ ফোঁপোলা স্বৰূপটো।

Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.