ETV Bharat / city

হিতেন্দ্ৰ নাথ গোস্বামীক সাক্ষাৎ নুমলীগড় শোধনাগাৰ কৰ্মচাৰী সন্থাৰ

author img

By

Published : Oct 17, 2019, 3:40 AM IST

কেন্দ্ৰীয় চৰকাৰৰ NRL ক ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা নুমলীগড় শোধনাগাৰ কৰ্মচাৰী সন্থাৰ ৷ বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীক সাক্ষাৎ ৷

হিতেন্দ্ৰ নাথ গোস্বামীক সাক্ষাৎ নুমলীগড় শোধনাগাৰ কৰ্মচাৰী সন্থাৰ

গুৱাহাটী, 16 অক্টোবৰঃ কেন্দ্ৰীয় চৰকাৰৰ NRL ক ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা নুমলীগড় শোধনাগাৰ কৰ্মচাৰী সন্থাৰ ৷ বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীক দিছপুৰৰ সচিবালয়ত সাক্ষাৎ কৰি পত্ৰ প্ৰদান কৰে নুমলীগড় শোধনাগাৰ কৰ্মচাৰী সন্থাই ৷ আগন্তুক বিধানসভাৰ অধিৱেশনত NRL ক ৰাজহুৱা খণ্ডৰ উদ্যোগ ৰূপে অব্যাহত ৰাখিবলৈ প্ৰস্তাৱ ৰাখি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিবলৈ আহ্বান অধ্যক্ষ গৰাকীক ৷ অধ্যক্ষ গোস্বামীয়ে NRL কৰ্মচাৰী সন্থাক ইতিবাচক সহাঁৰি প্ৰদান কৰা বুলি প্ৰকাশ কৰে সজাঁতি দলটোৱে ৷

Intro:নুমলীগড় শোধনাগাৰ কৰ্মচাৰী সন্হাৰ সাক্ষাৎ বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী ক
দিছপুৰৰ বিধান সভাৰ সচিবালয়ত সাক্ষাৎ অধ্যক্ষ গৰাকীক
Body:NRL ক ব্যক্তিগত কৰণৰ বিৰোধিতা ৰে কৰ্মচাৰী সন্হাৰ সাক্ষাৎ
আগন্তুক বিধান সভাৰ অধিৱেশনত NRL ক ৰাজহুৱা খণ্ডৰ উদ্যোগ ৰূপে অব্যাহত ৰাখিবলৈ বিধান সভাৰ অধ্যক্ষ ক আহ্বান
Conclusion:অধ্যক্ষ গোস্বামীয়ে NRL কৰ্মচাৰী সন্হাক দিলে ইতিবাচক সহাৰি
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.