ETV Bharat / city

11 বজাৰ শীৰ্ষ 10 টা বাতৰি - undefined

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

news-at-11
11 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Dec 17, 2021, 11:03 AM IST

মাৰাডোনাৰ ঘড়ী চুৰি কাণ্ডৰ নতুন মোৰ : বিপাঙত আৰক্ষী

ডুবাইৰ পৰা মাৰাডোনাৰ HUBLOT ঘড়ী চুৰি(Stolen Hublot watch of Maradona) কৰাৰ অভিযোগত যোৱা 11 ডিচেম্বৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৱাজিদ হুছেইনক ৷ কিন্তু সম্প্ৰতি ঘটনাই লৈছে নতুন মোৰ ৷ মুকলি আকাশৰ তললৈ যাব নেকি ঘড়ী চোৰৰ এই অভিযুক্ত ? সবিশেষ জানো আহক ৷

কৃষকক একেডৰা মাটিত কেইবাটাও খেতি কৰাৰ আহ্বান বিধায়ক দিগন্ত কলিতাৰ

ৰাজ্যত আৰম্ভ হৈছে কৃষি বিপ্লৱ(Agricultural Revolution in Assam) ৷ শেহতীয়াকৈ কমলপুৰৰ দ্বিগুণপাৰতো আৰম্ভ হৈছে কৃষি বিপ্লৱ(Agricultural Revolution at Kamalpur) ৷ ৰবি শস্য খেতিৰে কমলপুৰবাসী গঞাই দেখিছে শস্য শ্যামলাৰ সপোন ৷

Lok Sabha Election 2024: দায়িত্ব বাঢ়িল সোণোৱাল, তেলী, কলিতা, ৰয়, তাচাৰ

২০২৪ ৰ লোকসভা নিৰ্বাচন(Lok Sabha Election 2024 )ৰ বাবে টঙালি বান্ধিছে বিজেপি দলে ৷ বিজেপিৰ দখলত নথকা চাৰিটা সমষ্টিত সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিবলৈ বিশেষভাৱে দায়িত্ব অৰ্পণ পাঁচ সাংসদক ।

ড্ৰাগছ নিৰ্মূলৰ বাবে নতুন খোজ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'ৰ

শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস ৰাষ্ট্ৰীয় মানৱ অধিকাৰ অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'ৰ মহিলা শাখাৰ (National Human Rights Crime Control Bureau against Drugs) । সংস্থাটোৰ মহিলা শাখাৰ নগাঁও জিলা সমিতি ঘোষণা কৰি মানৱ অধিকাৰ সুৰক্ষাৰ বাবে কৰিব লগা কাৰ্যসূচীৰ বিষয়েও সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে সংগঠনটোৰ সাধাৰণ সম্পাদিকা চাহনাজ চুলতানাই ৷

কংগ্ৰেছত বহু অপদাৰ্থ আৰু কাপুৰুষ আছে : শ্বেৰমান আলী

বাঘবৰত উপস্থিত হৈ শ্বেৰমান আলীয়ে ক’লে, মিঞা মিউজিয়ামক লৈ কংগ্ৰেছৰ বহু বিধায়কৰ সমৰ্থন আছিল(Sherman Ali on Miya museum ) ৷ কংগ্ৰেছৰ বহু বিধায়কৰ নিজে কিবা কৰাৰ সামৰ্থও নাই আৰু আনে কিবা কৰিব বিচাৰিলে সন্মুখৰ পৰা প্ৰতিবাদ কৰাৰো সাহস নাই ৷ কংগ্ৰেছৰ সংখ্যালঘু সম্প্ৰদায়ৰ বিধায়কসকলক মীৰ জাফৰ ৷ সবিশেষ জানো আহক ৷

Bank employees protest in Assam: গুৱাহাটীত অচল বেংক সেৱা

বৃহস্পতিবাৰৰ পৰা দুদিনৰ বাবে অচল বেংক । গুৱাহাটীত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ উত্তৰ-পূব মণ্ডলৰ স্থানীয় প্ৰধান কাৰ্যালয়ৰ সন্মুখত বেংকৰ বিষয়া-কৰ্মচাৰীসকলৰ বিক্ষোভ প্ৰদৰ্শন (Bank Employees Strike)৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কিয় কটাক্ষ কৰিলে পি চিদাম্বৰমে ?

দেশৰ প্ৰাক্তন বিত্ত তথা গৃহমন্ত্ৰী পি চিদাম্বৰমে আওপকীয়াকৈ কটাক্ষ কৰিলে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত গৈ মুখ্যমন্ত্ৰী হোৱা হিমন্ত বিশ্ব শৰ্মাক(P Chidambaram slams Assam CM Himanta) । দিল্লীত কংগ্ৰেছৰ পুনৰ চৰকাৰ হ'লে কংগ্ৰেছৰ পৰা বিজেপিত যোৱা কংগ্ৰেছৰ নেতাসকল পুনৰ কংগ্ৰেছত আহিব বুলিও মন্তব্য চিদাম্বৰমৰ ৷

Happy Birthday John Abraham : 49 বছৰত ভৰি দিলে বলীউড অভিনেতা জন আব্ৰাহামে

বলীউডৰ অভিনেতা জন আব্ৰাহামে ভৰি দিলে 49 বছৰত (Happy Birthday John Abraham) ৷ মডেল হিচাপে পৰিচিত জনে 2003 চনত জিছম ছবিখনৰে বলীউডত আত্মপ্ৰকাশ ঘটাইছিল ৷

Berlin Film Festival 2022: মহোৎসৱলৈ আলিয়াৰ Gangubai Katiawadi

Hum Dil De Chuke Sanam ৰ পিছত দ্বিতীয়বাৰলৈ যুটি বন্ধা অজয় দেৱগণ অভিনীত আৰু সঞ্জয় লীলা ভাঞ্চালীৰ দ্বাৰা পৰিচালিত ‘গংগুবাই কাথিয়াবাড়ী’ প্ৰদৰ্শিত হ’ব বাৰ্লিন মহোৎসৱত (Berlin Film Festival 2022) ৷

নিজৰ স্কুলীয়া দিন পাহৰি শিক্ষাৰ ব্যক্তিগতকৰণ কৰিবলৈ লৈছে নেকি বিপ্লৱ দেৱে ?

ত্ৰিপুৰাৰ বিধায়ক আশীষ দাসে(Tripura MLA Ashish Das) বিজেপিৰ পৰা তৃণমূল কংগ্ৰেছলৈ যাত্ৰা কৰাৰ পিছতে ৰাজ্যখনৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰকাশ কৰিছে সৰৱতা ৷ শিক্ষাৰ ব্যক্তিগতকৰণ সম্পৰ্কত মন্তব্য কৰি তেওঁ কয় যে, বিপ্লৱ কুমাৰ দেৱে স্কুলত পঢ়া দিনত শিক্ষাৰ ব্যক্তিগতকৰণ হ’লে তেওঁ আজিৰ পৰ্যায়ত নিজক প্ৰতিষ্ঠা কৰিবই নোৱাৰিলে হেঁতেন ৷

For All Latest Updates

TAGGED:

news@11
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.