ETV Bharat / city

11 বজাৰ শীৰ্ষ 10 টা বাতৰি - undefined

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

news-at-11
11 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Nov 23, 2021, 10:59 AM IST

Tripura Violence : জামিন লাভ কৰিলে চায়নি ঘোষে

ত্ৰিপুৰা আৰক্ষীয়ে দেওবাৰে আটক কৰা তৃণমূল কংগ্ৰেছৰ যুৱ মৰ্চাৰ সভাপতি চায়নি ঘোষক জামিন প্ৰদান ৷ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন প্ৰদান কৰে তৃণমূল নেত্ৰী গৰাকীক ৷

Maligaon murder Case : অৱশেষত গ্ৰেপ্তাৰ হ'ল হত্যাকাৰী বিকি সাহানী

অৱশেষত 17 দিনৰ অন্তত মালিগাঁও হত্যাকাণ্ডৰ মূল অভিযুক্ত (accused of maligaon murder case) বিকি সাহানীক জালুকবাৰী আৰক্ষীয়ে কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰে (Jalukbari Police arrested biki Sahani) ৷ 5 নৱেম্বৰৰ দিনা নিশা চকীদাৰ তৰুণ ডেকাৰ সৈতে কিবা কথাক লৈ বিকি সাহানীৰ তৰ্ক বিতৰ্কৰ সূত্ৰপাত হৈ তৰুণ ডেকাক হত্যা কৰে বিকি সাহানীয়ে ।

Uttam Yudh Seva Medal অসম সন্তান লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ

অসম সন্তান লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক দেশৰ প্ৰতি তেওঁ আগবঢ়োৱা সেৱাৰ বাবে উত্তম যুদ্ধ সেৱা পদক প্ৰদান কৰা হৈছে । ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই সন্মান জনালে সেনা বিষয়া গৰাকীক ৷

তৃণমূলৰ কৰ্মী, সাংবাদিকক আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিছিল নেকি বিপ্লব কুমাৰ দেৱে ?

ত্ৰিপুৰাৰ টিএমচি নেতা কৰ্মী আৰু সাংবাদিকক আক্ৰমণ কৰাৰ বাবে বিজেপিৰ সমৰ্থকক নিৰ্দেশ দিছিল নেকি মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে ? জানো আহক কিয় এই অভিযোগ কৰিলে ৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড৹ ৰঞ্জিত কুমাৰ তামুলীক অপসাৰণ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ৰঞ্জিত কুমাৰ তামুলীক ৰাজ্যপালে কৰিলে অপসাৰণ । এক দীঘলীয়া ন্যায়িক যুঁজৰ অন্তত সোমবাৰে অপসাৰিত কৰা হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এসময়ৰ বিৰ্তকিত উপাচাৰ্য ড৹ ৰঞ্জিত কুমাৰ তামুলীক ।

গুৱাহাটীত ক’ভিড সংক্ৰমণ হ্ৰাস নোহোৱাত চিন্তিত পল্লৱ গোপাল ঝা

ক’ভিডৰ সংক্ৰমণ হ্ৰাস নোহোৱাৰ বাবে পুণৰ ক’ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে নিৰ্দেশ দিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই । জিলাখনৰ আন আন স্থানৰ লগতে বস্তি এলেকা তথা স্পৰ্শকাতৰ অঞ্চলসমূহত ক’ভিড পৰীক্ষা বৃদ্ধি কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে জিলা উপায়ুক্ত গৰাকীয়ে ।

২০ জিলাৰ ৭০ শিক্ষকক মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ তলব

ৰাজ্যৰ ৭০গৰাকী শিক্ষকৰ বিৰুদ্ধে দুটা কোষাগাৰৰ পৰা অবৈধ ভাৱে দৰমহা লোৱাৰ অভিযোগ উঠিছে ৷ শিক্ষক কেইগৰাকীয়ে অবৈধ ভাৱে দৰমহা লোৱাৰ সত্যতা মাধ্যমিক শিক্ষা সঞ্চালকালয়(Directorate of Secondary Education )ৰ জেৰাত ধৰা পৰিলে নীতি-বৰ্হিভূত ভাৱে লোৱা টকাখিনি ঘূৰাই দিব লাগিব ।

মাতাল শিক্ষকৰ বাবে অনিশ্চয়তাত শিক্ষাৰ্থীৰ ভৱিষ্যত !

শিক্ষা বৃত্তিত কালিমা নাহৰকটীয়া চাচনীৰ এজন শিক্ষকৰ ৷ দৈনিক সুৰাপান কৰি বিদ্যালয়লৈ আহে শিক্ষক গৰাকী ৷ অনিৰ্দিষ্ট কাললৈ বিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ শিক্ষক গৰাকীৰ ৷

Bomb threat in airport : ত্ৰিপুৰাৰ এমবিবি বিমানবন্দৰত বোমাতংক

সোমবাৰে পুৱাই ত্ৰিপুৰাৰ এমবিবি বিমানবন্দৰ(MBB airport)ত সৃষ্টি হয় বোমাৰ আতংক ৷ সাজু কৰা হ’ল বিশেষ বাহিনী, ডগ স্কোৱাড.. তাৰ পিছত কি হ’ল জানো আহক ৷

Assam Minority Development Boardৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ হাবিব মহম্মদ চৌধুৰীৰ

সোমবাৰে আনুষ্ঠানিকভাৱে অসম সংখ্যালঘু উন্নয়ন পৰিষদ(Assam Minority Development Board)ৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিলে হাবিব মহম্মদ চৌধুৰীয়ে(Habib Mohammed Chowdhury) । ৰাজ্য চৰকাৰে শেহতীয়াকৈ তেওঁক এই পদত নিযুক্তি দিছিল । সংখ্যালঘু সমাজৰ সমস্যাসমূহ মুখ্যমন্ত্ৰী ওচৰত অৱগত কৰি সমস্যাবোৰ সমাধান কৰাৰ বাবে প্ৰয়াস কৰিব বুলি হাবিব মহম্মদ চৌধুৰীয়ে মন্তব্য কৰে ।

For All Latest Updates

TAGGED:

news@11
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.