গুৱাহাটী,1জুলাই : দেওবাৰে মহানগৰীৰ টাউন ক্লাৱত মুকলি কৰা হয় ইলি ই-ৰিক্সাৰ অত্যাধুনিক মডেল ৷ ইলি ৰিক্সাই নতুন প্ৰযুক্তিৰ চাৰিখন ই-ৰিক্সা মুকলি কৰে ৷ ই-ৰিক্সাৰ বজাৰত বিশেষ সমাদৰ পোৱা ইলিৰ এই নতুন মডেলে গ্ৰাহকক অধিক আকৰ্ষিত কৰিব বুলি আশাবাদী পৰিচালন সঞ্চালক বিকাশ আগৰৱালা ৷ কম মূল্যত গ্ৰাহকক যোগান ধৰিব লগা এই কোম্পানীয়ে ই-ৰিক্সাৰ ৰং,ডিজাইনৰ ওপৰতো গুৰুত্ব দিছে ৷ অতি শীঘ্ৰে অসমৰ বজাৰত ইলিৰ ইৰিক্সাই শীৰ্ষস্থান দখল কৰিব বুলি উল্লেখ কৰে অসমৰ বিতৰক ললিত ভাটিয়াই ৷
ই-ৰিক্সাৰ অত্যাধুনিক মডেল মুকলি
টাউন ক্লাৱত মুকলি কৰা হয় ইলি ই-ৰিক্সাৰ অত্যাধুনিক মডেল ৷ ই-ৰিক্সাৰ ৰং,ডিজাইনৰ ওপৰত গুৰুত্ব প্ৰদান