ETV Bharat / city

ই-ৰিক্সাৰ অত্যাধুনিক মডেল মুকলি

author img

By

Published : Jul 1, 2019, 9:12 AM IST

Updated : Jul 1, 2019, 9:28 AM IST

টাউন ক্লাৱত মুকলি কৰা হয় ইলি ই-ৰিক্সাৰ অত্যাধুনিক মডেল ৷ ই-ৰিক্সাৰ ৰং,ডিজাইনৰ ওপৰত গুৰুত্ব প্ৰদান

ই-ৰিক্সাৰ অত্যাধুনিক মডেল মুকলি

গুৱাহাটী,1জুলাই : দেওবাৰে মহানগৰীৰ টাউন ক্লাৱত মুকলি কৰা হয় ইলি ই-ৰিক্সাৰ অত্যাধুনিক মডেল ৷ ইলি ৰিক্সাই নতুন প্ৰযুক্তিৰ চাৰিখন ই-ৰিক্সা মুকলি কৰে ৷ ই-ৰিক্সাৰ বজাৰত বিশেষ সমাদৰ পোৱা ইলিৰ এই নতুন মডেলে গ্ৰাহকক অধিক আকৰ্ষিত কৰিব বুলি আশাবাদী পৰিচালন সঞ্চালক বিকাশ আগৰৱালা ৷ কম মূল্যত গ্ৰাহকক যোগান ধৰিব লগা এই কোম্পানীয়ে ই-ৰিক্সাৰ ৰং,ডিজাইনৰ ওপৰতো গুৰুত্ব দিছে ৷ অতি শীঘ্ৰে অসমৰ বজাৰত ইলিৰ ইৰিক্সাই শীৰ্ষস্থান দখল কৰিব বুলি উল্লেখ কৰে অসমৰ বিতৰক ললিত ভাটিয়াই ৷

দেওবাৰে মহানগৰীৰ টাউন ক্লাৱত মুকলি কৰা হয় ইলি ই ৰিক্সাৰ অত্যাধুনিক মডেল ৷ ইলেকট্ৰনিক বাহনৰ ক্ষেত্ৰত বিশেষ সমাজৰ ইলি ৰিক্সাই নতুন প্ৰযুক্তিৰ চাৰিখন ই ৰিক্সা মুকলি কৰে ৷ ই ৰিক্সাৰ বজাৰত বিশেষ সমাদৰ পোৱা ইলি ৰ এই নতুন মডেলে গ্ৰাহকক অধিক আকৰ্ষিত কৰিব বুলি আশাবাদী পৰিচালন সঞ্চালক বিকাশ আগৰৱালা ৷ কম মূল্যত গ্ৰাহকক যোগান ধৰিব লগা এই কোম্পানীয়ে ই ৰিক্সাৰ ৰং, ডিজাইনৰ ওপৰতো গুৰুত্ব দিছে ৷ অসমৰ বিতৰক ললিত ভাটিয়াই আজিৰ অনুষ্ঠানত কয় যে অতি শীঘ্ৰে অসমৰ বজাৰত ইলিৰ ইৰিক্সাই শীৰ্ষস্থান দখল কৰিব ৷

Lipika deka...Guwahati
Last Updated : Jul 1, 2019, 9:28 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.