ETV Bharat / city

খাৰঘূলিৰ জয়পুৰত নৃশংস হত্যাকাণ্ড - খাৰঘুলিত হত্যাকাণ্ড

কোনো দুৰ্বৃত্তই এটি কন্যা শিশুক হত্যা কৰি নদীত উটুৱাই দিয়াক লৈ উত্তাল খাৰঘূলি ৷ হত্যাকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷

খাৰঘুলিত হত্যাকাণ্ড
author img

By

Published : Apr 19, 2019, 4:07 PM IST

গুৱাহাটী, 19 এপ্ৰিল : বিহুৰ আনন্দ-উল্লাসৰ মাজতে মহানগৰীৰ খাৰঘূলিৰ জয়পুৰত সংঘটিত হয় এক নৃশংস হত্যা কাণ্ড । কোনো দুৰ্বৃত্তই এটি কন্যা শিশুক হত্যা কৰি উটুৱাই দিলে ব্ৰহ্মপুত্ৰ নদীত । 16 এপ্ৰিলৰ পৰা নিৰুদ্দেশ হৈ থকা শিশুটিৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰে 17 এপ্ৰিল বুধবাৰে । শিশুটিৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰে যদিও এইপৰ্যন্ত দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷

খাৰঘুলিত হত্যাকাণ্ড

এই হত্যাকাণ্ডই সমগ্ৰ খাৰঘূলি অঞ্চলতে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে দোষীক কৰায়ত্ব কৰিব নোৱাৰক লৈ শুকুৰবাৰে প্ৰতিবাদমুখৰ হৈ পৰিল খাৰঘূলি ৷ জয়পুৰৰ মহিলা উন্নয়ন সংগঠনে শিশুটিৰ হত্যাকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ সাব্যস্ত কৰে প্ৰতিবাদ ।

Intro:বিহুৰ আনন্দৰ মাজতে মহানগৰীৰ খাৰঘুলিৰ জয়পুৰত হত্যা কাণ্ড। হত্যা কৰি এটি কন্যা শিশুৰ মৃতদেহ ব্ৰহ্মপুত্ৰ টোত উটুৱাই দিলে নিকৃষ্ট মানসিকতা লোকে।16 এপ্ৰিলত পৰা নিৰুদেশ হৈ থকা শিশু টিৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰে 18 তাৰিখ বৃহস্পতি বাৰে।শিশু টিৰ মৃতদেহ যদি এতিয়ালৈকে দুষীক কৰায়ত্ত্ কৰিবলৈ সক্ষম হোৱা নাই।

Body:খাৰঘুলিৰ জয়পুৰৰ মহিলা উন্নয়ন সংগঠনে শিশুটিৰ হত্যাকাৰীক অতি শীঘ্ৰে কৰায়ত্ত কৰিবলৈ হাতত লৈছে আন্দোলন কাৰ্যসূচী। শিশু টিৰ হত্যাৰ প্ৰতিবাদত মহিলা উন্নয়ন সংগঠনে অতি শীঘ্ৰে দুষীক যদি কৰায়ত্ত নকৰে তেন্তে ইয়াতকৈ জংগী আন্দোলন কৰিব বুলি জানিবলৈ দিয়ে।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.