ETV Bharat / city

অসম আৰক্ষীৰ বিৰুদ্ধে ৰুজু প্ৰায় ২৫০ ৰো অধিক গোচৰ

author img

By

Published : Jun 12, 2022, 10:27 PM IST

অসম আৰক্ষীৰ বিৰুদ্ধে ৰুজু হৈ আছে প্ৰায় ২৫০ ৰো অধিক গোচৰ ( More than 250 cases against Assam police) ৷ দেওবাৰে এই কথা সদৰি কৰে আৰক্ষী দায়বদ্ধতা আয়োগৰ (State Police Accountability Commission) অধ্যক্ষ বি পি কটকীয়ে ৷

more-than-250-cases-are-pending-against-assam-police-received-by-assam-police-accountability
আৰক্ষী দায়বদ্ধতা আয়োগত আৰক্ষীৰ বিৰুদ্ধে ৰুজু হৈ আছে প্ৰায় ২৫০টা ৰো অধিক গোচৰ

গুৱাহাটী ,১২ জুন: আৰক্ষীৰ এনকাউণ্টাৰ (Encounter in Assam) প্ৰসংগত আৰক্ষী দায়বদ্ধতা আয়োগৰ (State Police Accountability Commission) অধ্যক্ষ বি পি কটকীৰ মন্তব্য প্ৰকাশ । দেওবাৰে তেওঁ সংবাদমাধ্যমৰ আগত কয় যে, আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা অভিযুক্তৰ বহু তথ্য আছে আৰক্ষী দায়বদ্ধতা আয়োগত । সেই সমূহৰ তদন্ত কৰিবলৈ গৈ আধাতে থমকি ৰ’বলগীয়া হৈছে আয়োগ । কাৰণ ন্যায়ালয়ে হস্তক্ষেপ কৰিছে সমগ্ৰ বিষয়টোত ।

শেহতীয়াকৈ যোৰহাটত পিতা-পুত্ৰই আৰক্ষীৰ জিম্মাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বিষয়টোত নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি তদন্ত কৰিব বুলিও মন্তব্য কৰে আয়োগৰ অধ্যক্ষগৰাকীয়ে । আনহাতে আৰক্ষীৰ বিৰুদ্ধ আয়োগত ৰুজু হৈ থকা গোচৰ সম্পৰ্কে আয়োগৰ অধ্যক্ষগৰাকীয়ে আৰক্ষী দায়বদ্ধতা আয়োগে অসম আৰক্ষীৰ প্ৰতিটো কাম-কাজ নজৰত ৰাখিছে বুলি মন্তব্য কৰে ।

লগতে আয়োগত ২০২১ চনৰ আগতে আৰক্ষীৰ বিৰুদ্ধে প্ৰায় ২৫০ ৰো অধিক গোচৰ ৰুজু হৈ আছে ( More than 250 cases against Assam police) বুলি জনায় বি পি কটকীয়ে । তাৰোপৰি দুটা বছৰে ক’ভিডৰ ফলত গোচৰৰ কাম-কাজ আগ বঢ়া নাছিল (More than 250 cases are pending against Assam police) বুলি মন্তব্য কৰে আয়োগৰ অধ্যক্ষগৰাকীয়ে ।

লগতে পঢ়ক : শ্ৰীনগৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত সন্ত্ৰাসবাদী; পুঞ্চত দুই সেনা জোৱান আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.