গুৱাহাটী,11চেপ্তেম্বৰঃ ৰাজ্যৰ চাহ বাগিছা চিকিৎসা সেৱাৰ বিধস্ত ৰূপ ৷ পঞ্জীয়নভুক্ত এহাজাৰ বাগিচাৰ ৫০০ খনতেই নাই চিকিৎসক , বাগিচাৰ হাস্পতালত এতিয়াও খালি হৈ আছে ৬৬০ টা ফাৰ্মাচিষ্টৰ পদ ৷ খালি হৈ আছে ২০০ জি এন এম নাৰ্চৰ পদ,৩০০ এ এন এম আৰু ১৭৫ টা স্বাস্থ্য সহায়কৰ পদো খালী ৷ এই সম্পৰ্কত চাওক আমাৰ সাংবাদিক গৌতম বৰুৱাৰ এক প্ৰতিবেদন........
চিকিৎসকৰ ওপৰত আক্ৰমণঃ বাগিচাত কি অৱস্থা চিকিৎসা সেৱাৰ ! - চিকিৎসা সেৱা
সৰ্বভাৰতীয় চিকিৎসা সেৱা সন্থাৰ তথ্য অনুসৰি বিগত এটা বছৰত অসমত প্ৰতি মাহে গড়ে একোটাকৈ চিকিৎসক নিগ্ৰহৰ ঘটনা ঘটি আহিছে ।
![চিকিৎসকৰ ওপৰত আক্ৰমণঃ বাগিচাত কি অৱস্থা চিকিৎসা সেৱাৰ !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4402734-1050-4402734-1568196133059.jpg?imwidth=3840)
চিকিৎসকৰ ওপৰত আক্ৰমণঃ বাগিচাত কি অৱস্থা চিকিৎসা সেৱাৰ !
গুৱাহাটী,11চেপ্তেম্বৰঃ ৰাজ্যৰ চাহ বাগিছা চিকিৎসা সেৱাৰ বিধস্ত ৰূপ ৷ পঞ্জীয়নভুক্ত এহাজাৰ বাগিচাৰ ৫০০ খনতেই নাই চিকিৎসক , বাগিচাৰ হাস্পতালত এতিয়াও খালি হৈ আছে ৬৬০ টা ফাৰ্মাচিষ্টৰ পদ ৷ খালি হৈ আছে ২০০ জি এন এম নাৰ্চৰ পদ,৩০০ এ এন এম আৰু ১৭৫ টা স্বাস্থ্য সহায়কৰ পদো খালী ৷ এই সম্পৰ্কত চাওক আমাৰ সাংবাদিক গৌতম বৰুৱাৰ এক প্ৰতিবেদন........
চিকিৎসকৰ ওপৰত আক্ৰমণঃ বাগিচাত কি অৱস্থা চিকিৎসা সেৱাৰ !
চিকিৎসকৰ ওপৰত আক্ৰমণঃ বাগিচাত কি অৱস্থা চিকিৎসা সেৱাৰ !
Intro:VO ৰাজ্যত চিন্তনীয়ভাবে বৃদ্ধি পাইছে কৰ্মৰত চিকিৎসকৰ ওপৰত আক্ৰমনৰ ঘটনা। একপ্ৰকাৰ ই এক সামাজিক ব্যাধিলৈ ৰূপান্তৰিত হৈছে বুলি কলেও হয়তো ভুল কোৱা নহব। একেসময়তে এই কথাও সত্য যে ৰাজ্যৰ চাহ বাগিচাসমূহত শ্ৰমিকক চিকিৎসা সেৱা প্ৰদানৰ নামত মালিকপক্ষই চলাই আহিছে কেৱল শোষন।
GFX ৰাজ্যৰ পঞ্জীয়নভুক্ত এহেজাৰ বাগিচাৰ ৫০০ খনতেই নাই চিকিৎসক
GFX বাগিচাৰ হাস্পাতালত এতিয়াও খালি ৬৬০ টা ফাৰ্মাচিষ্টৰ পদ
GFX খালি হৈ আছে ২০০ জি এন এম নাৰ্চৰ পদ
GFX ৩০০ এ এন এম আৰু ১৭৫ টা স্বাস্থ্য সহায়কৰ পদো খালি
GFX ৩৫০ টা লেবৰেটৰী টেকনিচিয়ান, ৬০০ ৱাৰ্ড বয়ৰ পদো আছে খালি হৈ
GFX ড্ৰাগ ইঞ্চপেক্টৰ থাকিব লাগে ৩৩ জন, আছে দুজন
Byte : ডঃ ভগীৰথ কৰণ, উপ সভাপতি, অসম প্ৰদেশ কংগ্ৰেছ কমিটি
Body:VO যিসময়ত বাগিচাসমূহত চৰকাৰ আৰু মালিকপক্ষই চিকিৎসা সেৱাৰ ক্ষেত্ৰত মুঠেও গুৰুত্ব আৰোপ কৰা নাই, সেই একেসময়তে কিন্তু বাগিচা অঞ্চলতেই হওক বা আন ঠাইতে হওক, উদ্বেগজনক হাৰত বৃদ্ধি পাইছে কৰ্মৰত চিকিৎসকৰ ওপৰত আক্ৰমনৰ ঘটনা। চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে কৰ্মৰত চিকিৎসকক নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত।
GFX: চৰকাৰৰ অনিহাত চিন্তিত চিকিৎসক সমাজ
GFX : কি কয় সৰ্বভাৰতীয় শৈল্য চিকিৎসক সন্থাৰ কাৰ্যবাহী সদস্য ডাঃ মনোজ চৌধুৰীয়ে
Byte : ডাঃ মনোজ কুমাৰ চৌধুৰী ( এপ্ৰন আৰু কেপ পিন্ধি থকাজন )
GFX: কি কয় বিশিষ্ট শিশু ৰোগ বিশেষজ্ঞ ডাঃ উৎসৱ ডেকাই
Byte : ডাঃ উৎসৱ ডেকা ( ডিঙিত ষ্টেথিছক'প লৈ থকাজন )
Conclusion:VO সৰ্বভাৰতীয় চিকিৎসা সেৱা সন্থাৰ তথ্য অনুসৰি অসমত গড়ে প্ৰতি মাহত একোটাকৈ চিকিৎসক আক্ৰমনৰ ঘটনা ঘটি আহিছে বিগত এটা বছৰত। কোনো চিকিৎসকেই ৰোগীক ইচ্ছাকৃত ভাবে মৃত্যুৰ মুখলৈ ঠেলি নিদিয়ে। সকলোৰে বাবে স্বাস্থ্য সেৱা যিদৰে বাধ্যতামূলক, একেদৰে কৰ্মৰত চিকিৎসকৰ নিৰাপত্তা নিশ্চিত কৰাটোও চৰকাৰ এখনৰ প্ৰাথমিক দায়িত্ব।
গৌতম বৰুৱা, গুৱাহাটী।