ETV Bharat / city

ৰিপুন বৰাক প্ৰত্যুত্তৰ মামিনুল আৱালৰ

ৰিপুন বৰাক প্ৰত্যুত্তৰ জনালে ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ মামিনুল আৱালে । তেওঁ লগতে বুদ্ধিজীৱীৰ ভোট প্ৰদান সম্পৰ্কতো মন্তব্য আগবঢ়াই কয় যে, বুদ্ধিজীৱীৰ বুদ্ধিৰ বিকাশ হ'লে ভাল হয় । হীৰেন গোহাঁইয়ে যদি ভ্ৰষ্টাচাৰী কংগ্ৰেছ দলক ভোট দিছে তেন্তে তেওঁৰ ক'বলগীয়া একো নাই বুলি মন্তব্য কৰে মামিনুল আৱালে।

MAMINUL AWAL
author img

By

Published : Apr 24, 2019, 9:31 PM IST

গুৱাহাটী, ২৪ এপ্ৰিল: ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ মামিনুল আৱালে ৰিপুন বৰাৰ মন্তব্যৰ প্ৰত্যুত্তৰ আগবঢ়াইছে । ৰিপুন বৰাই ভোটগ্ৰহণ কেন্দ্ৰত গৈ কোনে কাক ভোট দিয়ে চাই থাকে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে আৱালে । তেওঁ লগতে বুদ্ধিজীৱীৰ ভোট প্ৰদান সম্পৰ্কতো মন্তব্য আগবঢ়াই কয় যে, বুদ্ধিজীৱীৰ বুদ্ধিৰ বিকাশ হ'লে ভাল হয় । এইক্ষেত্ৰত তেওঁ হীৰেন গোহাঁইৰ কথা উল্লেখ কৰি কয় যে, দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰী কংগ্ৰেছ দলক যদি হীৰেন গোহাঁইয়ে ভোট দিছে তেন্তে তেওঁৰ ক'বলগীয়া একো নাই ।

MAMINUL AWAL

নাগৰিকত্ব সংশোধনী আইনতকৈ ভয়ংকৰ শৰণাৰ্থী আইন কংগ্ৰেছে আনিছে বুলি দাবী কৰে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে । বুদ্ধিজীৱীসকলে কংগ্ৰেছৰ সেই স্থিতিৰ ওপৰত কি মন্তব্য কৰিব বুলিও প্ৰশ্ন কৰে তেওঁ । তিনিটা পৰ্যায়ত নিৰ্বাচন হৈ যোৱাৰ পাছত বিৰোধী পক্ষৰ মানুহবিলাক নিৰাশ হৈ পৰিছে বাবে ইভিএম মেচিন বিতৰ্ক উলিয়াইছে বুলি তেওঁ মন্তব্য কৰে ।

Intro:ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ মামিনুল আৱালৰ ৰিপুন বৰাৰ মন্ত্যব্যৰ ওপৰত প্ৰত্যুত্তৰ।
বুদ্ধিজীৱীৰ ভোট গ্ৰহণৰ ওপৰত মন্তব্য তেখেতৰ।
ৰিপুন বৰাই ভোট গ্ৰহণ কেন্দ্ৰত কত কোনে কাক ভোট দিছে চাই ফুৰিছে যদি নাজানো।তিনিটা পৰ্যায়ৰ ভোট গ্ৰহণ ত আমি জয় লাভ কৰিম।।
হীৰেন গোহাঁই ছাৰক ধন্যবাদ দিছো তেওঁৰ সততা আছে। মুকলিকৈ ভোট গ্ৰহণৰ ক্ষেত্ৰত কথা কৈছে।

Body:দুৰ্নীতি ভষ্ট্ৰাচাৰ কংগ্ৰেছ দলক যদি বুদ্ধিজীৱী হীৰেন গোহাঁই ভোট দিছে তেন্তে কব লগা একো নাই।কেবত কৈ ভয়ংকৰ শৰণাৰ্থী আইন কংগ্ৰেছে আনিছে।
বুদ্ধিজীৱী সকলে কংগ্ৰেছৰ সেই স্থিতি তোৰ ওপৰত কি বুলি কয়।বুদ্ধিজীৱী ৰ বুদ্ধিৰ বিকাশ হলে ভাল ।বুদ্ধিজীৱী সকলে বুদ্ধি উলিয়াব লাগে।
তিনিটা পৰ্যায়ত নিৰ্বাচন হৈ যোৱাৰ পিছত বিৰোধী পক্ষৰ মানুহ বিলাক নিৰাশ হৈছে। গতিকে EVM মেচিন ইচ্ছু উলিয়াইছে।কংগ্ৰেছ দল যথেষ্ট হতাশাত ভুগিছে।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.