ETV Bharat / city

ৰেডিচনত জাপানীজ ফাউণ্ডেশ্যনৰ "জাপানীজ কাৰাভান" - গুৱাহাটী বিশ্ববিদ্যালয়

দেওবাৰে মহানগৰীৰ ৰেডিচন ব্লু হোটেলত অনুষ্ঠিত হৈ যায় "জাপানীজ কাৰাভান" নামে এক অনুষ্ঠান ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত জাপান ফাউণ্ডেশ্যনে জাপানীজ ভাষা আৰু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অনুষ্ঠিত কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে বহুসংখ্যক ছাত্ৰ-ছাত্ৰীকে ধৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈৰ লগত অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

ৰেডিচনত জাপানীজ ফাউণ্ডেশ্বনৰ "জাপানীজ কাৰাভান"
author img

By

Published : Nov 11, 2019, 5:05 AM IST

Updated : Nov 11, 2019, 8:01 AM IST

গুৱাহাটী, 10 নৱেম্বৰঃ মহানগৰীৰ আগশাৰীৰ হোটেল ৰেডিচন ব্লুত দেওবাৰে অনুষ্ঠিত হৈ যায়, "জাপানীজ কাৰাভান" নামে এক অনুষ্ঠান ৷ জাপানীজ ভাষা আৰু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত জাপান ফাউণ্ডেশ্যনে আয়োজন কৰে এই বিশেষ অনুষ্ঠান ৷

ৰেডিচনত জাপানীজ ফাউণ্ডেশ্বনৰ "জাপানীজ কাৰাভান"

অনুষ্ঠানত জাপান ফাউণ্ডেশ্যনৰ প্ৰতিনিধিৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ প্ৰতাপ জ্যোতি সন্দিকৈ, অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীসহ বহুসংখ্যক ছাত্ৰী-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ জাপানৰ সাহিত্য সংস্কৃতি আৰু ভাষা প্ৰসাৰৰ বাবে জাপানীজ ফাউণ্ডেশ্যনে আয়োজন কৰে এই বিশেষ কাৰ্যসূচী ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ দক্ষতা বিকাশ মিছনে জাপানী ভাষা শিকাই থকাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ এই অনুষ্ঠানে দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্বন্ধ অধিক সুদৃঢ় কৰি তুলিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে এই অনুষ্ঠানৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল বিশেষ উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে । উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত জাপানীজ ভাষাৰ প্ৰশিক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি প্ৰকাশ কৰে ।

লগতে পঢ়কঃ ফ'টো লাগে যদি মেমৰি কাৰ্ড দিব: ইতি ম'বাইল চোৰ

Intro:দেওবাৰে জাপান ফাউণ্ডেশ্বনৰ উদ্যোগত মহানগৰীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ত অনুষ্ঠিত হয় জাপান কাৰাভান শীৰ্ষক এক অনুষ্ঠান। জাপানৰ সাহিত্য সংস্কৃতি আৰু ভাষা প্ৰসাৰৰ বাবে জাপান ফাউণ্ডেশ্বনে এই অনুষ্ঠানৰ আয়োজন কৰে। যত জাপানৰ প্ৰতিনিধিৰ লগতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈ উপস্থিত থাকে। এই অনুষ্ঠানে দুয়োখন ৰাষ্ট্ৰৰ মাজত মিলিপ্ৰীতি অধিক জাগৃত কৰিব বুলি উল্লেখ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। Body:দক্ষতা বিকাশ মিছন তৰফৰ পৰা জাপানিজ ভাষা ছাত্ৰ-ছাত্ৰীসকলক শিকাই থকাৰ কথাও জনাই মন্ত্ৰীগৰাকীয়ে। তাৰোপৰি জাপানিজ ভাষা জানিলে জাপানৰ বিভিন্ন প্ৰতিষ্ঠান অসমৰ যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিব বুলি কয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। আনহাতে এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক বিশেষ উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ত জাপানিজ ভাষাৰ প্ৰশিক্ষণ দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি জনাই ডঃ সন্দিকৈয়ে। Conclusion:Hirul Haque
Guwahati
Last Updated : Nov 11, 2019, 8:01 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.