গুৱাহাটী,24 জুন: যোৰাবাটত আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি দেওবাৰে মাজনিশা এক অভিযান চলায় ৷ অভিযানত নগাঁও ৰূপহীৰ পৰা মেঘালয়লৈ অবৈধভাবে সৰবৰাহ কৰা 22 টাকৈ গৰু সহ AS 01 LC 3593 নম্বৰৰ 1109 ট্ৰাক এখন জব্দ কৰে ৷ আৰক্ষীয়ে ট্ৰাক চালক ৰফিকুল ইছলাম,কামাল আহমেদ সহ,গৰুৰ মালিক আব্দুল জলিল আৰু শ্ৰমিক মহম্মদ সিকদাৰ আলি আৰু চুলতান আলীক আটক কৰে ৷ জানিব পৰা মতে ট্ৰাকখনত থকা 22টা গৰু অবৈধভাবে সৰবৰাহ কৰা হৈছিল ৷ জব্দ কৰা এই গৰুকেইটাৰ বজাৰ মূল্য প্ৰায় 6 লাখ টকা ৷
যোৰাবাটত ট্ৰাকসহ জব্দ 22 টাকৈ গৰু - ETV BHARAT
যোৰাবাটত আৰক্ষীয়ে ট্ৰাকসহ জব্দ কৰে 22 টাকৈ গৰু ৷ গৰুৰ লগতে আটক হয় পাঁচটাকৈ গৰু সৰবৰাহকাৰী ৷
গুৱাহাটী,24 জুন: যোৰাবাটত আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি দেওবাৰে মাজনিশা এক অভিযান চলায় ৷ অভিযানত নগাঁও ৰূপহীৰ পৰা মেঘালয়লৈ অবৈধভাবে সৰবৰাহ কৰা 22 টাকৈ গৰু সহ AS 01 LC 3593 নম্বৰৰ 1109 ট্ৰাক এখন জব্দ কৰে ৷ আৰক্ষীয়ে ট্ৰাক চালক ৰফিকুল ইছলাম,কামাল আহমেদ সহ,গৰুৰ মালিক আব্দুল জলিল আৰু শ্ৰমিক মহম্মদ সিকদাৰ আলি আৰু চুলতান আলীক আটক কৰে ৷ জানিব পৰা মতে ট্ৰাকখনত থকা 22টা গৰু অবৈধভাবে সৰবৰাহ কৰা হৈছিল ৷ জব্দ কৰা এই গৰুকেইটাৰ বজাৰ মূল্য প্ৰায় 6 লাখ টকা ৷
Body:যোৰাবাটত আৰক্ষীয়ে এক গোপন সূত্র ভিত্তিত ৰাবিবাৰ মাজ নিশা এক অভিযান চলাই নগাঁও ৰূপহী পৰা মেঘালয় লৈ অবৈধ বাবে সৰবৰাহ কৰা ২২ টাকৈ গৰু সহ AS 01 LC 3593 নং 1109 ট্ৰাক জব্দ কৰে। আৰক্ষীয়ে ট্ৰাক চালক ৰফিকুল ইছলাম, কামাল আহমেদ সহ চালক, গৰুৰ মালিক আব্দুল জলিল, আৰু শ্রমিক মহম্মদ সিকদাৰ আলি আৰু চুলতান অলীক আটক কৰে। ট্ৰেকত
২২ টা গৰু অবৈধ বাবে সৰবৰাহ কৰা হৈছিল। জব্দ কৰা ২২ টা গৰু বজাৰ মূল্য প্ৰায় ৬ লক্ষ্য টকা।
Conclusion:Asrar Ansari
গুৱাহাটী