ETV Bharat / city

ৰেম্পত লয়লাস খোজ দি শতাধিক কণমাণি - গুৱাহাটী

গুৱাহাটী মহানগৰীত অনুষ্ঠিত হয় কিড মিছ আৰু মিছেছ ২০১৯

ৰেম্পত লয়লাস খোজ দি শতাধিক কণমাণি
author img

By

Published : Mar 26, 2019, 2:17 PM IST

গুৱাহাটী, 26 মাৰ্চঃৰেম্পত লয়লাস খোজ দি ইজনীৰ পাচত সিজনীকণমানি ৷ সোমবাৰে গুৱাহাটী মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হয় কিড মিছ আৰু মিছেছ ২০১৯ ৷

ৰেম্পত লয়লাস খোজ দি শতাধিক কণমাণি
প্ৰায় অৰ্ধ শতাধিক কণমানিৰ লগতে শতাধিক যুৱতীয়েওঅংশগ্ৰহণ কৰে এই কিড মিছ আৰু মিছেছ ২০১৯ ত ৷ মডেলিং জগতখনত কণমানিৰ পৰা আৰম্ভ কৰি যুৱতীকলক আগবঢ়াই নিয়াৰ বাবে অনুষ্ঠিত কৰা হয় এই প্ৰতিযোগিতাখনৰ ৷ অনুষ্ঠানখনত উপস্থিত থকা সকলোৱে আপ্লুত হৈ পৰে কণমানিহতৰ লয়লাস ভংগীমা দেখি ৷

Slug: A_GHY_26MAR_801_KIDS FASHION_HIRUL HAQUE

ৰেম্পত কণমানিহতৰ লয়লাস। কণমানিহতৰ লয়লাস ভংগীমা দেখি আপ্লুত সকলো। সোমবাৰে মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হয় কিড মিছ আৰু মিছেছ ২০১৯। প্ৰায় অৰ্ধ শতাধিক কণমানিৰ লগতে শতাধিক যুৱতীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত। যুৱতী মডেলসকলৰ লগতে কণমানিসকলক মডেলিং জগত আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতাৰ।

Visual-FTP
(Hirul Haque/Guwahati) 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.