ETV Bharat / city

মহানগৰীত এদিনতে ২ টাকৈ ডকাইতি - SBI

নিৰ্বিকাৰ আৰক্ষী-প্ৰশাসন

ভুক্তভুগি বিএছএফৰ কামাণ্ডেন্ট খনিন্দ্ৰ চৌধুৰী
author img

By

Published : Mar 2, 2019, 7:34 PM IST

গুৱাহাটী,২ মাৰ্চ: মহানগৰীত একেদিনাই সংঘটিত হ'ল দুটাকৈ ডকাইতিৰ ঘটনা । ১৩ ঘণ্টাৰ ব্যৱধানত মহানগৰীৰ দুটাকৈ স্থানত ডকাইতৰ দলে সংঘটিত কৰিলে ডকাইতি কাণ্ড ।

মহানগৰীত এদিনতে ২ টাকৈ ডকাইতি

প্ৰথমটো ঘটনা বশিষ্ঠৰ গনেশ নগৰত । শুকুৰবাৰে নিশা ১:৩০ বজাত হস্ততাত বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগৰ অতিৰিক্ত সচিব কণকসেন ডেকাৰ ঘৰত নিশা দুৰ্বৃত্তৰ দলে প্ৰবেশ কৰি লুটি নিলে নগদ ৫ লাখ-সোণৰ আ-অলংকাৰ। পিষ্টল-চুৰি ডেকাৰ মূৰত থৈ হত্যাৰ ভাবুকিৰে লুটি নিয়ে সমস্ত ধন ।

ইপিনে দ্বিতীয়টো ঘটনা শনিবাৰে জিএছ ৰোডৰ । দিন-দুপৰতে 174 বিএছএফ বেটেলিয়ানৰ কামাণ্ডেন্ট খনিন্দ্ৰ চৌধুৰীৰ পৰা দুৰ্বৃত্তই লুটিলে নগদ ৪.৫ লাখ টকা । দিছপুৰ এছবিআইৰ পৰা ২ লাখ টকা উলিয়াইকামাণ্ডেন্টজন গৈছিল ছয়মাইল এছবিআইলৈ ৷ ইপিনে ছয়মাইল এছবিআইৰ পৰাও উলিয়াইছিল ২.৪ লাখ টকা ৷ কামাণ্ডেন্টজনক ছয়মাইল এছবিআইৰ ভিতৰত কাষতে বহি লৈ অনুসৰণ কৰি আছিল দুৰ্বৃত্তই ৷ তাৰ পাচতেই বেংকৰ পৰা ওলাই অহাৰ পাচতেইহাতত থকা টকাৰ বেগটো থপিয়াই লৈ যায় দুৰ্বৃত্তই ৷ উল্লেখ্য় যে মাত্ৰ কেইটামান ঘণ্টাৰ ব্যৱধানত সংঘটিত হোৱা এনে ঘটনাই স্বাভাৱিকতেই পুণৰবাৰ প্ৰমাণ কৰিলে মহানগৰ আৰক্ষীৰ ফোপোলা স্বৰূপটো ৷

GFX এইবাৰ দুৰ্বৃত্তৰ টাৰ্গেট হ'ল BSF কামাণ্ডেন্ট
GFX লুটি নিলে নগদ ৪.৫ লাখ টকা
GFX GS ৰোডত সংঘটিত হ'ল চাঞ্চল্যকৰ ঘটনা
GFX সময় দিনৰ ৩:৮ বজাৰ ঘটনা
Vo সদাব্যস্ত GS ৰোডত সংঘটিত হ'ল চাঞ্চল্যকৰ ঘটনাটো ৷ আৰক্ষীৰ চকুত ধুলি দি দুৰ্বৃত্তই লুটি নিলে ৪ লাখ ৫০ হাজাৰ টকা ৷ এইগৰাকী 174 BSF বেটেলিয়ানৰ কামাণ্ডেন্ট খনিন্দ্ৰ চৌধুৰীৰ পৰা দুৰ্বৃত্তই লুটিলে এই বৃহৎ পৰিমাণৰ ধনখিনি ৷ শুকুৰবাৰে দিন-দুপৰতে সংঘটিত হৈছে এই ঘটনাটো ৷
GFX দিছ্পুৰ SBIৰ পৰা ২ লাখ টকা উলিয়াই 
VO কামাণ্ডেন্টজন গৈছিল চয়মাইল SBIলৈ৷
GFX চয়মাইল SBIৰ পৰাও উলিয়াইছিল ২.৪ লাখ টকা ৷
BYTE
Vo হয় ৷ তাৰ পিছতেই পালচাৰ বাইকত অহা দুজনীয়া দুৰ্বৃত্তই সমস্ত ধন লুটি লৈ যায় BSF কামাণ্ডেন্টজনৰ পৰা ৷ লক্ষণিয়ভাৱে কামাণ্ডেন্টজনক চায়মাইল SBIৰ পৰা অনুসৰণ কৰি আছিল দুৰ্বৃত্তই ৷ ইতিমেধ্যে আৰক্ষীয়ে CCTVৰ সহায়ত চিনাক্ত কৰিছে এইটো দুৰ্বৃত্তক ৷ কাষতে বহি লৈ SBIৰ ভিতৰত এই দুৰ্বৃত্তটোৱে অনুসৰণ কৰি আছিল কামাণ্ডেন্টজনক ৷ আৰু বেংকৰ পৰা ওলাই অহাৰ পিছতেই  হাতত থকা টকাৰ বেগটো থপিয়াই লৈ যায় দুৰ্বৃত্তই ৷
Byte 
VO CCTVৰ দৃশ্য লাভ কৰাৰ পিছতো আৰক্ষীয়ে দুৰ্বৃত্তক বিচাৰি উলিয়াবলৈ সক্ষম হব নে নহয় সেয়া  সময়তহে স্পষ্ট হব ৷
Akash Hazarika 
# Video sent by Mojo

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.