গুৱাহাটী, 29 নৱেম্বৰ : শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৃতীয় ষাণ্মাসিকৰ পৰীক্ষা বাতিল কৰা হয় ৷ প্ৰশ্ন কাকতত বিসংগতিৰ বাবে ১৫ মিনিটৰ পৰীক্ষা চলাৰ পাচত পৰীক্ষা বাতিলৰ সিদ্ধান্ত লোৱা হয় ৷
ৰাজনীতি বিজ্ঞান বিভাগৰ পৰীক্ষাত এই বিভ্ৰান্তি ধৰা পৰাৰ পাচতে পৰীক্ষা বাতিল কৰা হয় ৷