ETV Bharat / city

মহানগৰীত কৃত্ৰিম বান - sixmail

কৃত্ৰিম বানৰ কৱলত পৰিছে গুৱাহাটী মহানগৰীৰ প্ৰায় ভাগ অঞ্চল । এই বানৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে মহানগৰবাসীয়ে

মহানগৰীত কৃত্ৰিম বান
author img

By

Published : Jul 10, 2019, 12:19 PM IST

Updated : Jul 10, 2019, 3:10 PM IST

গুৱাহাটী, ১০জুলাই : কৃত্ৰিম বানৰ কৱলত পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত । নেৰা-নেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ প্ৰায় ভাগ অঞ্চল এতিয়া পানীৰ তলত । যোৰাবাটকে আদি কৰি মহানগৰীৰ ভি.আই পি.পথ,দহ মাইল, ন মাইল,আঠ মাইল,ছয় মাইলতো সৃষ্টি হৈছে কৃত্ৰিম বানৰ । এই বানৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে মহানগৰবাসীয়ে ।

Intro:যোৰাবাটত কৃত্ৰিম বানপানী

Body:মংগলবাৰে নিশাৰ পৰা এই পৰ্যন্তলৈ হৈ থকা নৰা-নেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানপানীত বুৰ গ'ল যোৰাবাট তিনিআলি। যোৰাবাটৰ মাজৰে পৰা হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কৃত্ৰিম বানপানী হোৱা বাবে উজনি অসমলৈ যোৱা যানবাহনৰ চালক সকলে বিভিন্ন ধৰণৰ সমস্যাৰ সম্মুখীন হব লগীয়া হৈছে।

Conclusion:আনহাতে যোৰাবাটৰ পাৰ্শ্বৱৰ্তী অঞ্চল দহ মাইল, ন মাইল আৰু আঠ মাইল অঞ্চলতো দেখা গ'ল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কৃত্ৰিম বানপানী।

Asrar Ansari
গুৱাহাটী
Last Updated : Jul 10, 2019, 3:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.