ETV Bharat / city

ফাঁচী বজাৰত অগ্নিকাণ্ড

অগ্নিনিৰ্বাপক বাহিনীৰ দুখন গাড়ী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়

ফাঁচী বজাৰত অগ্নিকাণ্ড
author img

By

Published : Sep 26, 2019, 8:12 PM IST

  • ফাঁচী বজাৰত অগ্নিকাণ্ড
  • অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ফাঁচীবজাৰৰ ৰিভাৰ ভিউ ৰেস্তোৰাঁত
  • ৰেস্তোৰাখনৰ চিমনীৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ সন্দেহ
  • অগ্নিকাণ্ডৰ পিছতে আতংকিত হৈ পৰে অঞ্চলবাসী
  • অগ্নিনিৰ্বাপক বাহিনীৰ দুখন গাড়ী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়

Intro:ফাঁচী বজাৰত অগ্নিকাণ্ড

Body:মহানগৰীৰ ফাঁচীবজাৰত বৃহস্পতিবাৰে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । ফাঁচীবজাৰৰ ৰিভাৰ ভিউ ৰেস্তোৰাঁত জুইৰ সূত্ৰপাত । ৰেস্তোৰাঁ খনৰ চিমনীৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে । অগ্নিকাণ্ডৰ পিছতে আতংকিত হৈ পৰে অঞ্চলবাসী । ঘটনাৰ খবৰ পাই ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দুখন গাড়ী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.