ETV Bharat / city

প্ৰকাশ পালে ৰাজ্যৰ চূড়ান্ত ভোটাৰ তালিকা

বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা ৷ ৰাজ্যিক নিৰ্বাচনী আয়োগে প্ৰকাশ কৰিছে অসমৰ মুঠ ভোটাৰৰ সংখ্যা ৷

author img

By

Published : Jan 19, 2021, 7:44 PM IST

প্ৰকাশ পালে ৰাজ্যৰ চূড়ান্ত ভোটাৰ তালিকা
প্ৰকাশ পালে ৰাজ্যৰ চূড়ান্ত ভোটাৰ তালিকা

নিউজ ডেস্ক, 19 জানুৱাৰী : অসমত সমাগত বিধানসভা নিৰ্বাচন ৷ মাৰ্চ-এপ্ৰিল মাহৰ ভিতৰত অসমত অনুষ্ঠিত হ’ব নিৰ্বাচন ৷ এনে অৱস্থাত ৰাজ্যিক নিৰ্বাচনী আয়োগে প্ৰকাশ কৰিলে ৰাজ্যৰ চূড়ান্ত ভোটাৰ তালিকা ৷

প্ৰকাশিত ৰাজ্যৰ ভোটাৰ তালিকাত অন্তৰ্ভূক্ত হৈছে মুঠ ২,২৯,৯২,৫০৫ গৰাকী ভোটাৰ ৷ ইয়াৰ ভিতৰত ১,১৬,৫৬,৯২৬ জন পুৰুষ আৰু ১,১৩,৩৫,৫৭৯ গৰাকী মহিলা ভোটাৰ আছে ।

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই নিৰ্বাচনী বিধিসমূহ নিৰীক্ষণ কৰিবলৈ ইতিমধ্যেই অসমত উপস্থিত হৈছে মুখ্য নিৰ্বাচনী আয়ুক্তকে ধৰি নিৰ্বাচন আয়ুক্তৰ তিনিজনীয়া দলটো ৷ সোমবাৰেই গুৱাহাটীত উপস্থিত হৈছে মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাৰ লগতে নিৰ্বাচনী আয়ুক্ত সুশীল চন্দ্ৰা আৰু ৰাজীৱ কুমাৰ ৷

লগতে পঢ়ক : অসম বিধানসভাৰ 13 শতাংশ বিধায়কৰ আছে অপৰাধজনিত গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.