ETV Bharat / city

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বদলিকৰণ হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃক

ভাৰতীয় নিৰ্বাচন আয়োগে বদলিকৰণৰ নিৰ্দেশ দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ তথা গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক ৷ শুকুৰবাৰে অসমৰ মুখ্য নিৰ্বাচন বিষয়াক এই নিৰ্দেশ দিয়ে নিৰ্বাচন আয়োগে ৷

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বদলিকৰণ হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃক
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বদলিকৰণ হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃক
author img

By

Published : Apr 3, 2021, 8:55 AM IST

নিউজ ডেস্ক, 3 এপ্ৰিল : ভাৰতীয় নিৰ্বাচন আয়োগে বদলিকৰণৰ নিৰ্দেশ দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ তথা গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক ৷ শুকুৰবাৰে অসমৰ মুখ্য নিৰ্বাচন বিষয়াক এই নিৰ্দেশ দিয়ে নিৰ্বাচন আয়োগে ৷

নিৰ্বাচন আয়োগে এক পত্ৰৰ জৰিয়তে কয়, "সুশান্ত বিশ্ব শৰ্মাক ৰাজ্যৰ অন্য স্থানলৈ বদলিকৰণ কৰা হ'ব ৷ আনহাতে, সুশান্ত বিশ্ব শৰ্মাৰ পৰিৱৰ্তে বীৰা ৰাকেশ ৰেড্ডীক গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হ'ব ৷"

উল্লেখ্য যে, নিৰ্বাচনী প্ৰচাৰ সভাত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে কটু মন্তব্য কৰাৰ পাছতে পৰৱৰ্তী 48 ঘণ্টাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰা হয় ৷

লগতে পঢ়ক : পৰৱৰ্তী ৪৮ ঘণ্টালৈ নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.